ৰাহুলৰ কথা ভাবি কিয় প্ৰধান মন্ত্ৰীৰ বাবে ছোনিয়া গান্ধীৰ পচন্দ আছিল মনমোহন সিং?; কি ক’লে অ’বামাই?
ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং সন্দৰ্ভত নিজৰ আত্মজীৱনীৰ প্ৰথম খণ্ডত উল্লেখ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাই।...











