Latest Post

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন ছহিদ দিৱস উদযাপন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন ছহিদ দিৱস উদযাপন

প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰাণ আহুতি দিয়া বনকৰ্মী সকলক স্মৰণ কৰাৰ উদ্দেশ্যে শুকুৰবাৰে দেশজুৰি উদযাপিত হয় বন ছহিদ দিৱস।...

Sonia gandhi

কংগ্রেছৰ সংকটমোচনৰ বাবে ছোনিয়া গান্ধীৰ ছয় জনীয়া বিশেষ সমিতি! সম্ভৱ হ’বনে উত্থান?

শুকুৰবাৰে কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে দলৰ ব্যাপক সাংগঠিক পৰিৱৰ্তন ঘটায়। ছোনিয়া গান্ধীয়ে গোলাম নবী আজাদ, মতিলাল ভোহৰা, অম্বিকা ছোনি,...

WhatsApp Image 2020-09-12 at 8.23.01 AM

প্ৰসিদ্ধ সমাজসেৱক, আৰ্য সমাজৰ নেতা স্বামী অগ্নিৱেশৰ পৰলোকপ্ৰাপ্তি

প্ৰসিদ্ধ সমাজসেৱক তথা আৰ্য সমাজৰ নেতা স্বামী অগ্নিৱেশৰ পৰলোকপ্ৰাপ্তি ঘটিছে। লিভাৰ চিৰ’ছিছত আক্ৰান্ত হৈ তেওঁ চিকিৎসাধীন আছিল। চিকিৎসাধীন হৈ থকা...

sin-foods

ট্ৰেন্স ফেট স্বাস্থ্যৰ বাবে মাৰাত্মক ক্ষতিকাৰক; সকীয়ালে বিশ্ব স্বাস্থ্য সংস্থাই

বিশ্ব স্বাস্থ্য সংস্থাই ট্ৰেন্স ফেটৰ স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে বিশ্ববাসীক সকীয়াই দিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া এক প্ৰতিবেদনত কোৱা...

WhatsApp Image 2020-09-11 at 7.27.20 PM

কৃষি কৰ্মৰ স্বাৱলম্বিতাৰে আদৰ্শ হৈ পৰা লক্ষীৰঞ্জনে মুকলি কৰিলে ‘দেউতাৰ কুটীৰ’

নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ঘৰতেই এনেয়ে বহি নাথাকি হাতে কামে কৃষি কৰ্মত লাগি পৰিছে চামগুৰিৰ এজন শিক্ষিত...

Page 8906 of 15262 1 … 8,905 8,906 8,907 … 15,262

Recommended

Most Popular