আগষ্ট মাহত ৮৬,৪৪৯ কোটি হ্ৰাস পালে জি এছ টি কৰ সংগ্ৰহ
আগষ্ট মাহত জি এছ টি ৰাজহ সংগ্ৰহ ৮৬,৪৪৯ কোটি টকা হ্ৰাস পাইছে বুলি মঙলবাৰে উল্লেখ কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।...
আগষ্ট মাহত জি এছ টি ৰাজহ সংগ্ৰহ ৮৬,৪৪৯ কোটি টকা হ্ৰাস পাইছে বুলি মঙলবাৰে উল্লেখ কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।...
জেইই আৰু নীট পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুম্বাইৰ ৱেষ্টাৰ্ণ ৰে'লৱে ৪৬ খন অতিৰিক্ত বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে। এই...
নগাওঁ জিলাৰ চামগুৰিত সামাজিক ব্যৱধানৰ সকলো নিয়ম যেন এতিয়া ধোঁৱাচাঙত উঠিছে৷ 'অৰুণোদয়' আচঁনিৰ বাবে প্ৰমাণপত্ৰ সংগ্ৰহৰ নামত কভিড১৯ৰ স্বাস্থ্য বিধিৰ...
চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ৰাজ্যত নাথাকিব মাদ্ৰাছা আৰু সংস্কৃত টোল। সদনৰ মজিয়াত এই ঘোষণা কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব...
দিহা নামৰ লগতে অন্যান্য লোকসংগীতৰ চৰ্চা কৰি থকা শিৱসাগৰ জিলাৰ কোঁৱৰবাৰীচোৱা গাঁৱৰ ৰূপৰেখা বৰুৱালৈ আগবঢ়োৱা হৈছে পঞ্চম সংখ্যক ভাৰতৰত্ন ড০...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd