ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত অনুষ্ঠিত দুই দেশৰ সেনাৰ বৈঠকত কি ক’লে ভাৰতীয় সেনাই!
যোৱা সোমবাৰে নিশা লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মি(পিএলএ)ৰ কামাণ্ডিং অফিচাৰ মৃত্যু হোৱা বুলি...
যোৱা সোমবাৰে নিশা লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মি(পিএলএ)ৰ কামাণ্ডিং অফিচাৰ মৃত্যু হোৱা বুলি...
ৰাজ্যৰ ক'ৰ'না ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰে। ক'ৰ'নাৰ পৰা আৰোগ্য লাভৰ...
গুৱাহাটী মহানগৰীত ক'ৰ'না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত পুনৰ ল'কডাউন ঘোষণা কৰাৰ ইংগিত দিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব...
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল গামোচাখন ডিঙিত লৈ অসমক ভালপোৱা দেখুৱালেই নহ'ব। অসমক অষ্টলক্ষ্মীৰ দেশবুলি ভাষণত ক'লেই নহ'ব। কামেৰে কৰি দেখুৱাব...
বৰ্তমান এখন গাওঁৰ প্ৰতিটো সমস্যা প্ৰতিটো অভাৱ অনাতন তথা প্ৰতিটো সমস্যা সন্দৰ্ভত গাঁও পঞ্চায়ত খনৰ লগতে এক প্ৰধান দায়িত্ব থাকে...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd