তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে পোহৰলৈ আহিছে কেতবোৰ নতুন তথ্য …স্বচ্ছ প্ৰশাসনৰ দাবীত তীব্ৰতৰ হৈছে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য শম্ভু নাথ সিঙৰ সঘন অনুপস্থিতি আৰু প্ৰশাসনিক দুৰ্বলতাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে চলাই থকা আন্দোলনে নতুন পাক লৈছে। বিশ্ববিদ্যালয়খন...











