প্লাষ্টিক প্ৰদূষণকাৰীৰ শীৰ্ষত আছে কোকাকোলা : ২০৩০ চনৰ ভিতৰত সাগৰত প্ৰৱেশ কৰিব কোকাকোলাৰ ৬০২ মিলিয়ন কিলোগ্ৰাম আৱৰ্জনা
বিশ্বৰ প্ৰদূষণকাৰী তালিকাৰ শীৰ্ষস্থানত আছে জনপ্ৰিয় শীতল পানীয়ৰ কোম্পানী কোকাকোলা। কোকাকোলাৰ প্লাষ্টিকে প্ৰদূষণৰ ক্ষেত্ৰত সীমাৰেখা অতিক্ৰম কৰিছে। শেহতীয়াকৈ পৰিৱেশ সংস্থা...











