সাংবাদিকক কন্দুৱা গেছ প্ৰয়োগ, সংবাদ কৰ্মীক ক’লা বেজ পৰিধান কৰিবলৈ আহ্বান গুৱাহাটী প্ৰেছ ক্লাবৰ
বুধবাৰে গুৱাহাটীত এক ৰাজনৈতিক অনুষ্ঠানত কৰ্তব্যৰত সাংবাদিকসকলৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰা কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিয়ে। ...











