মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পদত্যাগ! এতিয়াও চূড়ান্ত নাইহোৱা মুখ্যমন্ত্ৰীৰ নাম, তত্বাৱধায়ক মুখ্যমন্ত্ৰীকহে দায়িত্ব
মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিষয়ে এতিয়াও নিশ্চিত সিদ্ধান্ত লোৱা হোৱা নাই। ২৬ নৱেম্বৰত মুখ্যমন্ত্ৰী শপত গ্ৰহণৰ কথা থাকিলেও, মহাযুটিয়ে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী...











