আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল; জাতি-মাটি-ভেটি বিক্ৰীত লিপ্ত হৈছে বিজেপি চৰকাৰ-পুনম গগৈ
ডিমা হাছাও জিলাৰ উমৰাংছুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেন্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে সৰৱ হ'ল আম আদমী পাৰ্টিৰ...
ডিমা হাছাও জিলাৰ উমৰাংছুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেন্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে সৰৱ হ'ল আম আদমী পাৰ্টিৰ...
চেন্নাই ৰেল ষ্টেচনত অনাহাৰে এজন ব্যক্তিৰ মৃত্যু। তেওঁৰ নাম সমৰ খান। বয়স প্ৰায় ত্ৰিশ বছৰ। অনাহাৰে ভুগি থকা আন এজন...
নতুন দিল্লীৰ এখন পঞ্চ তাৰকাযুক্ত হোটেলত অনুষ্ঠিত হোৱা অনুষ্ঠানলৈ যোৱা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) বম্বেৰ এজন অধ্যাপকে ফটা...
চেন্নাইৰ ভৌগোলিক সূচক পঞ্জীয়কে বড়ো জনজাতিৰ আৰ’নাইকে ধৰি অসমৰ ৮টা পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান কৰিছে। বড়ো ট্ৰেডিচনেল ব্ৰুয়াৰ্ছ...
আজি অহিংসাৰ পথ প্ৰদৰ্শক তথা জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধীজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd