মস্কোৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰীষ্মকালীন বিদ্যালয়লৈ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ দল
মস্কোৰ পেট্ৰিচ লুমুম্বা পিপলছ ফ্ৰেণ্ডশ্বিপ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰী শ্ৰীমতী নিহালী মধুকৌল্য , শ্ৰীমতী প্ৰাচীতা দুৱৰা আৰু...











