এন্টাৰকৰ্টিকাত মুকলি হ’ল ভাৰতত তৃতীয়টো ডাকঘৰ : জনশূন্য দেশত বৰফৰ মাজৰ পৰা চিঠি লিখিলে ভাৰতীয় বিজ্ঞানীয়ে
ছ’চিয়েল মিডিয়াৰ যুগত চিঠি লিখাৰ পৰম্পৰা নোহোৱা হ’ল। কিন্তু বিজ্ঞানীসকলে এতিয়াও প্ৰায় নিৰ্জন বৰফেৰে আবৃত এন্টাৰ্কটিকাত চিঠি লিখাত বিশ্বাস কৰে।...











