Latest News

দেশৰ ১২৫ তম শীৰ্ষ স্থানত জি চি ইউ-ৰ অধীনস্থ গিৰিজানন্দ চৌধুৰী ইনষ্টটিউট অৱ ফাৰ্মাচিউটিকেল চাইঞ্চ

দেশৰ ১২৫ তম শীৰ্ষ স্থানত জি চি ইউ-ৰ অধীনস্থ গিৰিজানন্দ চৌধুৰী ইনষ্টটিউট অৱ ফাৰ্মাচিউটিকেল চাইঞ্চ

ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ নেচনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্কে (NIRF) ২০২৩ বৰ্ষৰ ভাৰতৰ শিক্ষানুষ্ঠানসমূহৰ ৰেংকিং যোৱা ৫ জুন ২০২৩ তাৰিখে...

লিডুৰ অবৈধ ‘ৰেট হোল’ খনিত নিহত দুজন কয়লা খননকাৰী শ্ৰমিক

লিডুৰ অবৈধ ‘ৰেট হোল’ খনিত নিহত দুজন কয়লা খননকাৰী শ্ৰমিক

তিনিচুকীয়া জিলাৰ লিডুত অবৈধ ‘ৰেট হোল’ খনিত নিহত হৈছে দুজন কয়লা খননত কাম কৰা শ্ৰমিকৰ। তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী থানাৰ...

অথলে গ’ল ৫০ ঘণ্টীয়া সংগ্ৰাম! মধ্যপ্ৰদেশৰ কুঁৱাত পৰি মৃত্যু আঢ়ৈ বছৰীয়া শিশুকন্যাৰ

অথলে গ’ল ৫০ ঘণ্টীয়া সংগ্ৰাম! মধ্যপ্ৰদেশৰ কুঁৱাত পৰি মৃত্যু আঢ়ৈ বছৰীয়া শিশুকন্যাৰ

গাঁৱৰে দ কুঁৱা এটাত পৰি গৈছিল আঢ়ৈ বছৰীয়া কন্যা শিশুটি। মঙলবাৰে গভীৰ নিশা কুঁৱাটোত পৰিছিল সৃষ্টি কুমাৰী নামৰ কণমানি গৰাকী।...

ৰে’লৰ সুৰক্ষিত চলাচল নিশ্চিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা

ৰে’লৰ সুৰক্ষিত চলাচল নিশ্চিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা

ৰে'ল সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন মাপকাঠিৰ ক্ৰমাগত নিৰীক্ষণ হৈছে এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু ইয়াক বজায় ৰখা আৰু উন্নত কৰাৰ বাবে অবিৰত...

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

গুৱাহাটীৰ কৃতি ছাত্ৰী প্ৰিয়া কুমাৰীৰ মৃত্যুত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ...

Page 4510 of 15245 1 … 4,509 4,510 4,511 … 15,245

Recommended

Most Popular