আকৌ ট্ৰাম্প বনাম বাইডেন! ২০২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আনুষ্ঠানিক ঘোষণা বাইডেনৰ
আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় নিৰ্বাচনত (২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া) বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব। মঙলবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা...











