নিৰীহ কৃষকক গুলীয়াই হত্যা কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই গৃহ বিভাগৰ দায়িত্বত থকাৰঃ আম আদমি পাৰ্টী
দেশৰ সংবিধান অৱমাননা কৰি অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হকে-বিহকে এনকাউণ্টাৰ কৰিবলৈ অত্যুৎসাহ যোগোৱাৰ ভয়াবহ পৰিণতি হ'ল ওদালগুৰি...











