ভাৰতীয় ৰাজনীতিত চমক! ‘ককৰোচ পাৰ্টি’ক চেলেঞ্জ কৰি এইবাৰ ‘ইস্ক কৰো পাৰ্টি’, কোনে খুলিলে নতুন দল?
ভাৰতীয় ৰাজনীতিত আকৌ নতুন চমক। ‘ককৰোচ জনতা পাৰ্টি (চিজেপি)’ সন্দৰ্ভত চৰ্চা আৰু আলোচনাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাৰ্কাণ্ডেয় কাটজুৱে...











