বিবিচিৰ গোধৰা কাণ্ড ভিত্তিক তথ্যচিত্ৰৰ দৰ্শনীক লৈ উত্তপ্ত পৰিস্থিতি জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত
গুজৰাটৰ গোধৰাৰ নৃশংস সাম্প্ৰদায়িক সংঘৰ্ষক লৈ বিবিচি- এ প্ৰস্তুত কৰা তথ্যচিত্ৰই তোলপাৰ লগাইছে দেশ। বিবিচিৰ এই তথ্যচিত্ৰখনক কেন্দ্ৰ কৰি আজি...











