ঋণ প্ৰদানত অনিয়মৰ অভিযোগ: আই.চি.আই.চি.আই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চন্দা কোছাৰক গ্ৰেপ্তাৰ
বিত্তীয় লেনদেনত অনিয়মত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰৰ সন্মুখীন হৈছে আই.চি.আই.চি.আই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চন্দা কোছাৰ আৰু তেওঁৰ স্বামী...











