আমেৰিকাৰ ভাৰ্জিনিয়াত আততায়ীৰ গুলীচালনা: কেইবাগৰাকীও নিহত, গুলীচালনা কৰা আততায়ীৰো মৃত্যু
আমেৰিকাৰ ভাৰ্জিনিয়া প্ৰদেশৰ ৱালমাৰ্টৰ ষ্ট’ৰত মঙলবাৰে সন্ধিয়া এক অচিনাক্ত বন্দুকধাৰীয়ে নিৰ্বিচাৰ গুলীচালনা কৰি একাধিক লোকক গুলীয়াই হত্যা কৰে। এই নিৰ্বিচাৰ...










