Maharashtra Political Crisis: বিদ্ৰোহী বিধায়কৰ উপাধ্যক্ষলৈ পত্ৰ; একনাথ সিন্দেক নেতা হিচাপে ঘোষণা ৩৭ জন বিধায়কৰ
শিৱসেনাৰ আভ্যন্তৰীণ বিবাদ অধিক স্পষ্ট কৰি বিদ্ৰোহী বিধায়কসকলে বৃহস্পতিবাৰে বিধানসভাৰ উপাধ্যক্ষলৈ এখন চিঠি লিখিলে। গুৱাহাটীৰ হোটেলৰ শিবিৰৰ পৰা ৩৭ জন...











