“ৰাজনৈতিক কাৰ্যবাহী সলনি হ’ব, কিন্তু আপোনালোক স্থায়ী”: চিবিআই- ক স্বতন্ত্ৰতা ৰক্ষাৰ আহ্বান মুখ্য ন্যায়াধীশ ৰমনাৰ
"সময়ৰ লগে লগে ৰাজনৈতিক কাৰ্যবাহী সলনি হ'ব। কিন্তু এক প্ৰতিষ্ঠান হিচাপে আপোনালোক স্থায়ী।”— শুকুৰবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৯ সংখ্যক...











