কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰিলে ‘বিদ্ৰোহী’ নেতা গোলাম নৱী আজাদে; দিলে কিছু পৰামৰ্শ!
সদ্যসমাপ্ত পাঁচখন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ পিছত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনী ব্যৰ্থতাৰ পিছতে পদত্যাগ কৰাৰ কথা...











