খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত বুধবাৰৰ পৰা গুৱাহাটীৰ খানাপাৰাস্থিত ফাৰ্ম গেটত...











