ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নিম্ন সদন ‘হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছ’এ বুধবাৰে ৰাছিয়াৰ চৰকাৰী বিষয়া, বেংক আৰু শক্তি খণ্ডৰ বেহাৰ ওপৰত ব্যাপক নিষেধাজ্ঞা...











