আমেৰিকাত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ২ ভাৰতীয় ছাত্ৰীৰ; মৃতদেহ ঘূৰাই আনিবলৈ কেন্দ্ৰক আহ্বান পৰিয়ালৰ
তেলেংগানাৰ দুগৰাকী যুৱতীয়ে সফল আৰু আৰামদায়ক জীৱনৰ সন্ধানত সুদূৰ আমেৰিকালৈ গৈছিল। কিন্তু তাতেই তেওঁলোকে কৰুণভাৱে প্ৰাণ হেৰুৱালে। স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন...











