• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধলাৰ হত্যাকাণ্ড : শদিয়াৰ এছ পিক বদলি কৰি ব্যৰ্থতা ঢকাৰ চেষ্টা গৃহ বিভাগৰ

শদিয়াৰ আৰক্ষী অধীক্ষক প্ৰশান্ত সাগৰ চাংমাইক ২৪ সংখ্যক অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে বদলি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 5, 2018 10:26 pm
COVID-19 positive cases reach 196 in Assam Police

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়াৰ ধলাত পাঁচজনকৈ নিৰীহ লোকক হত্যা কৰা ঘটনাই আজি চাৰিটা দিন অতিক্ৰম কৰিলে। কিন্তু এতিয়ালৈ এই নাৰকীয় কাণ্ডৰ লগত কোন জড়িত সেই কথা নিশ্চিত কৰিব পৰা নাই অসম আৰক্ষীয়ে।

ইপিনে ধলাৰ হত্যাকাণ্ডৰ তদন্ত চলি থকাৰ মাজতে বদলি কৰা হৈছে শদিয়াৰ আৰক্ষী অধীক্ষক প্ৰশান্ত সাগৰ চাংমাইক। অসম চৰকাৰৰ গৃহ বিভাগে আজি জাৰি কৰা এক জাননী যোগে তেওঁক বাক্সাৰ চৰাইমাৰীত থকা ২৪ সংখ্যক অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ কমাণ্ডেণ্ট পদলৈ বদলি কৰা হৈছে।

Apply Now

আনহাতে, ২৪ সংখ্যক অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ কমাণ্ডেণ্ট দেৱজিত দেউৰীক শদিয়াৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

জাননীখনত জনস্বাৰ্থৰ বাবেই এই ৰদবদল কৰা বুলি উল্লেখ আছে যদিও স্বাভাবিকতে প্ৰশ্ন উত্থাপন হৈছে যে ধলাৰ ঘটনাৰ বাবেই বদলি কৰা হ’ল নেকি আৰক্ষী অধীক্ষক চাংমাইক?

সকলো সময়তে সফলতাৰ জয়গান গোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মুখ্য মন্ত্ৰীৰ নিজৰ হাতত থকা গৃহ বিভাগৰ ব্যৰ্থতা প্ৰতিপন্ন হোৱাৰ বাবেই বদলি কৰা হৈছে নেকি আৰক্ষী বিষয়াজনক? লগতে আৰক্ষী অধীক্ষকগৰাকীক বদলি কৰিয়েই গৃহ বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰা হৈছে নেকি?

ইতিমধ্যেই ধলাৰ এই ঘটনাৰ পাছত অসম আৰক্ষী তথা গৃহ বিভাগৰ এই ব্যৰ্থতাক ধিক্কাৰ দিছে বিভিন্ন পক্ষই।

উল্লেখযোগ্য যে আৰক্ষী তথা চৰকাৰে প্ৰথমতে এই হত্যাকাণ্ড আলফা(স্বাঃ)ই সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও সংগঠনটোৱে ঘটনাৰ পিছদিনাই এই ঘটনাৰ লগত তেওঁলোক জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে।

ইপিনে তদন্তৰ নামত আৰক্ষীয়ে এই ঘটনাৰ পূৰ্বে কেতবোৰ বিতৰ্কিত মন্তব্য কৰাৰ বাবে আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰে। কিন্তু একেই উচটনিমূলক মন্তব্য কৰা বিধায়ক শিলাদিত্য দেব, কমলাক্ষ দে’ পুৰকায়স্থ আৰু কেইবাটাও বাঙালী সংগঠনৰ নেতাক এই পৰ্যন্ত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰা কথাটোৱেও বিতৰ্কৰ সৃষ্টি কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd