• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১১ ফেব্ৰুৱাৰিত পুনৰ অসম ভ্ৰমণলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 9, 2021 7:52 pm

1 min read

১১ ফেব্ৰুৱাৰিত পুনৰ অসম ভ্ৰমণলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ
276
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ পুনৰ ১১ ফেব্ৰুৱাৰিত অসম ভ্ৰমণলৈ আহিব।

অমিত শ্বাহে এইবাৰৰ অসম ভ্ৰমণৰ সময়ত বঙাইগাঁৱত কোচ ৰাজবংশৰ অনন্ত ৰায়ক বাসগৃহলৈ গৈ সাক্ষাৎ কৰিব বুলিও জানিব পৰা গৈছে।

বঙাইগাঁও ভ্ৰমণৰ সময়ত অমিত শ্বাহক অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংগ দিব।

উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয়টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিছে।

ইয়াৰ পূৰ্বে অমিত শ্বাহে ২৩ জানুৱাৰিত দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহিছিল।

উক্ত ভ্ৰমণ সূচীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে কোকৰাঝাৰ আৰু নলবাৰীত বিশাল জনসভাক সাক্ষাৎ কৰিছিল।

অসমত চলিত বৰ্ষৰ এপ্ৰিল মাহত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি, কংগ্ৰেছ আদি ৰাজনৈতিক দলে কেন্দ্ৰীয় নেতাৰ সভা অনুষ্ঠিত কৰি চমক সৃষ্টিৰ প্ৰয়াস কৰিছে।

Recent News

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd