• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভাত মহুৱাৰ বিৰুদ্ধে এথিক্স কমিটিৰ ৰিপ’ৰ্ট দাখিল; দ্বিতীয়বাৰৰ বাবে স্থগিত হ’ল সদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2023 1:34 pm
ফাইল ফটো সৌজন্যঃ আইএএনএছ

ফাইল ফটো সৌজন্যঃ আইএএনএছ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰে পৰাই মহুৱা মৈত্ৰৰ বিৰুদ্ধে নগদ ধনৰ বিনিময়ত প্ৰশ্নৰ গোচৰৰ ওপৰত দৃষ্টি ৰখা হৈছিল। এথিক্স কমিটিৰ প্ৰতিবেদন কেতিয়া দাখিল কৰা হ’ব? বৃহস্পতিবাৰে বহু আলোচনাৰ মাজতে ঘোষণা কৰা হয় যে শুকুৰবাৰে প্ৰতিবেদন দাখিল কৰা হ’ব। ইপিনে, শুকুৰবাৰে পুৱাৰে পৰা সংসদৰ লোকসভা সদনৰ ওপৰত সকলোৰে দৃষ্টি আছিল।

আজি প্ৰথম ভাগত হুলস্থুলৰ বাবে অধিৱেশন ১২ বজালৈ স্থগিত ৰখা হয়। সংবাদ সূত্ৰৰ পৰা জানিব পৰা মতে, ১২ বজাৰ পিছত যেতিয়া অধিৱেশন পুনৰ আৰম্ভ হয়, তেতিয়া এথিক্স কমিটিয়ে মহুৱাৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰে। প্রতিবেদনত মহুৱাৰ সাংসদ পদ খাৰিজ কৰাৰ পৰামৰ্শ দিয়া হৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ উঞ্ছবৃত্তি নে মহদ্ ভ্ৰম! `অসম ম্যানমাৰৰ অংশ আছিল’-উচ্চতম ন্যায়ালয়ত কপিল ছিবালে এয়া কি ক’লে?

Apply Now

অৱশ্যে দ্বিতীয় পৰ্যায়ৰ আৰম্ভণিতে পুনৰ বিৰোধীৰ শ্লোগান আৰম্ভ হয়। এই হুলস্থুলৰ বাবে শুকুৰবাৰে দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখা হয় লোকসভাৰ অধিৱেশন। দুপৰীয়া ২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰা হয়।

বৃহস্পতিবাৰে জানিব পৰা গৈছিল যে এথিক্স কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত লোকসভাৰ অধ্যক্ষই সিদ্ধান্ত ল’ব। সেই ক্ষেত্ৰত আধা ঘণ্টাৰ ভিতৰত সিদ্ধান্ত ঘোষণা কৰা হ’ব বুলিও জনা গৈছিল। এতিয়া দুপৰীয়া ২ বজাৰ পিছত সকলোৰে দৃষ্টি এতিয়া অধ্যক্ষই মহুৱাক লৈ কি সিদ্ধান্ত লয়।

লগতে পঢ়কঃনিৰ্বাচনত পৰাজয়ৰ পিছতে আপদ! হাস্পাতালত ভৰ্তি তেলেংগানাৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰ

আনহাতে, শুকুৰবাৰে পুৱা মহুৱাক সংসদত দেখা গ’ল চিনাকি ৰূপত। সাংসদগৰাকীয়ে আগতেও বহুবাৰ বাৰ্তা দিছে যে তেওঁ শিৰ নত নকৰে। শুকুৰবাৰে তেওঁ লগতে ক’লে, “দেৱী দুৰ্গা আহি পাইছে।” একে সময়তে তেওঁ কয়, “যিসকলে বস্ত্ৰহৰণ কৰিছে তেওঁলোকে এতিয়া লোকসভাত মহাভাৰতৰ যুদ্ধ দেখা পাব।” ইতিমধ্যে মহুৱাৰ কাষত থিয় হৈ আছিল কংগ্ৰেছ নেতা অধীৰ চৌধুৰী। ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহো তেওঁৰ পক্ষত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd