• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিমান সুৰক্ষিত অসমৰ ৰাজধানী দিচপুৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 13, 2019 5:52 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিমানদূৰ সুৰক্ষিত অসমৰ ৰাজধানী দিচপুৰ? অসুৰক্ষিত দিচপুৰ থানাই কেনেদৰে ৰাইজক সুৰক্ষা দিব? ডিজিটেল প্ৰযুক্তিৰ লগত খোজ মিলাই অসম পুলিচে টুইটাৰ আদি সামাজিক মাধ্যমত বেছ জনপ্ৰিয়তা লাভ কৰিছে যদিও নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ সদব্যৱহাৰ কৰাত যেন এতিয়াও বহু পিছ পৰি আছে।

সময়ে সময়ে গুৱাহাটী মহানগৰীত চি চি টিভিৰ কেমেৰাৰ অভাৱৰ সুযোগ গ্ৰহণ কৰি দুষ্কৃতিকাৰীয়ে বিভিন্নধৰণৰ অপৰাধমূলক কাৰ্য্য সংঘটিত কৰি আহিছে। কিন্তু, এনে এক সময়তে গুৱাহাটীৰ আন ঠাইৰ কথা বাদেই খোদ সচিবালয়ৰ গাতে লাগি থকা দিচপুৰ থানাতে নাই পৰ্যাপ্ত চি চি টিভি কেমেৰাৰ ব্যৱস্থা।

Apply Now

উল্লেখযোগ্য যে ১২ জুলাইৰ নিশা দিচপুৰ আৰক্ষী থানাৰ সন্মুখতে ১০ এ পি বি এনৰ চেকেণ্ড ইন কামাণ্ডাৰ গায়ত্ৰী সোণোৱালৰ স্বামী ববী সিঙে অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ দেবব্ৰত কোঁৱৰ নামৰ এগৰাকী কনিষ্ঠ চিকিৎসকক অশ্ৰাব্য ভাষাৰে গালি পাৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

লগতে পঢ়ক আৰক্ষী বিষয়াৰ স্বামীৰ গুণ্ডাগিৰি! ‘প্ৰতাপী পত্নী’ৰ ক্ষমতা প্ৰয়োগেৰে পশু চিকিৎসকক প্ৰহাৰ, দুৰ্ব্যৱহাৰ

উক্ত অভিযোগৰ পিছতে ঘটনাৰ চি চি টিভি কেমেৰাৰ ভিজুৱেল সংগ্ৰহ কৰিবলৈ নৰ্থ-ইষ্ট নাওৰ সাংবাদিক দিচপুৰ আৰক্ষী থানাত উপস্থিত হৈছিল। কিন্তু দিচপুৰ আৰক্ষীৰ হাতত নাই ঘটনাৰ ভিজুৱেল, কাৰণ থানাখনৰ বাহিৰত নাই এটাও চি চি টিভি কেমেৰা!

দিচপুৰ থানা

এই সংক্ৰান্তত চি চি টিভি ফুটেইজ চাব পৰা কম্পিউটাৰ থকা থানাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত হিমাংশু দাস প্ৰশ্ন কৰাত তেওঁ কম্পিউটাৰটো দেখুৱাই ‘এই তিনিটা থানাৰ ভিতৰৰ কেমেৰা, এইকেইটা সক্ৰিয়। বাকী কেইটা গেটৰ বাহিৰৰ, এইকেইটাই কাম নকৰে‘ বুলি উত্তৰ দিয়ে।

ইয়াৰ পিছতে আমাৰ সাংবাদিকে আহি বাহিৰত চি চি টিভি কেমেৰা বিচৰাত এটাও কেমেৰা দেখিবলৈ নাপালে। আনকি অসম সচিবালয়ৰ সন্মুখভাগতো দেখিবলৈ পোৱা নগ’ল এটাও চি চি টিভি কেমেৰা।

উল্লেখযোগ্য যে ২০০৮ চনৰ ৩০ অক্টোবৰৰ গুৱাহাটীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ পিছত মহানগৰীৰ বিভিন্ন স্থানত চি চি টিভি কেমেৰা সংস্থাপন কৰা হৈছিল যদিও ইয়াৰ বেছি সংখ্যকেই এতিয়া বিকল হৈ আছে।

যোৱা ১৫ মে’ত গুৱাহাটীৰ জু-ৰোডত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ সময়টো উক্ত স্থানত চি চি টিভি কেমেৰা নথকাত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত পক্ৰিয়া চলোৱাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd