• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বাংলাদেশত আলফা স্বাধীনৰ বিশাল অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 25, 2019 12:18 pm

1 min read

বাংলাদেশত আলফা স্বাধীনৰ বিশাল অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ
17k
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে আলফা স্বাধীনৰ এক বিশাল অস্ত্ৰভাণ্ডাৰ। প্ৰাপ্ত তথ্য মতে অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত ১৩টা ৰকেট লাঞ্চাৰো আছে।

বাংলাদেশ সেনা আৰু ৰেপিড একচন বেটেলিয়ন (RAB)ৰ এটা যুটীয়া দলে অসম আৰু ত্ৰিপুৰাৰ সীমান্তৱৰ্তী বাংলাদেশৰ হাবিগঞ্জ জিলাৰ সাতচড়ি জাতীয় উদ্যানত অভিযান চলাই উক্ত অস্ত্ৰভাণ্ডাৰটো উদ্ধাৰ কৰে।

 

যোৱা শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ সামৰণি পৰে শনিবাৰে আৱেলি। ঘটনা সংক্ৰান্তত এই পৰ্যন্ত কোনো লোকক আটক কৰা হোৱা নাই।

ইয়াৰ পূৰ্বে যোৱা জুন মাহত ৰেপিড একচন বেটেলিয়নে সাতচড়ি জাতীয় উদ্যানত অভিযান চলাই ৰকেট লাঞ্চাৰ, মেচিন গানসহ ১২,০০০টা মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছিল।

সেই সময়ত RAB-এ উদ্যানখনত তিনিবাৰ তালাচী চলাইছিল।

উল্লেখযোগ্য যে ২০০৪ চনত বাংলাদেশ সেনাই চিটাগাঙৰ সমীপত চলোৱা এক অভিযানত আলফাৰ সেনাপ্ৰধান পৰেশ বৰুৱাই চীনৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰি অনা অস্ত্ৰভৰ্তি ১০খন ট্ৰাক জব্দ কৰিছিল।

উক্ত অস্ত্ৰ সৰবৰাহৰ গোচৰত জড়িত থকা বুলি সাব্যস্ত হোৱাৰ পিছত পৰেশ বৰুৱাৰ ওপৰত বাংলাদেশৰ এখন আদালতে মৃত্যুদণ্ড ৰায় ঘোষণা কৰিছিল।

Recent News

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

দিল্লীৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসা; ২২ খন এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ

দিল্লীৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসা; ২২ খন এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd