• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ দলৰ পূৰ্ণ পৰ্যায়ৰ সভাপতি হিচাপে নিজকে ঘোষণা কৰিলে ছোনীয়া গান্ধীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2021 6:00 pm
Sonia Gandhi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰ অথবা বিজেপিৰ বিৰুদ্ধে নহয় নিজ দলৰ নেতাৰ বিৰুদ্ধে ৰণচণ্ডী মূৰ্তি ধৰিলে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে।

কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠকত নিজ দলৰে 23-G নেতাসকলৰ বিৰুদ্ধে সৰৱ হ’ল সভানেত্ৰী ছোনিয়া গান্ধী।

শনিবাৰে অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত সভানেত্ৰী ছোনিয়া গান্ধীয়ে 23-G নেতাসকলক উদ্দেশ্য কৰি কয়, “মই দলৰ পূৰ্ণ পৰ্যায়ৰ সভানেত্ৰী আৰু হাতত হাত ধৰি কংগ্ৰেছক নেতৃত্ব দি আহিছো। কিবা বিষয়ে ক’বলৈ থাকিলে সংবাদ মাধ্যমৰ আগত নহয় মোক আহি কওক।”

উল্লেখ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছতে সভাপতিৰ দায়িত্বৰ পৰা ৰাহুল গান্ধীয়ে অব্যাহতি লৈছিল আৰু ছোনিয়া গান্ধীক দলৰ ভাৰপ্ৰাপ্ত সভানেত্ৰীৰ দায়িত্ব অপৰ্ণ কৰা হৈছিল।

ইয়াৰ পিছতে দলৰ ২৩ গৰাকী শীৰ্ষ নেতাই দলটোক সাংগঠনিকভাৱে পুনঃ সংগঠিত কৰাৰ লগতে গান্ধী পৰিয়ালৰ প্ৰভাৱমুক্ত কৰাৰ বাবে ছোনিয়া গান্ধীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

Apply Now

তেতিয়াৰ পৰাই কংগ্ৰেছ নেতৃত্ব আৰু 23-G নেতাসকলৰ মাজত দলৰ আভ্যন্তৰীণ বিষয়কলৈ মতানৈক্য অব্যাহত আছে।

ইয়াৰ মাজতে যোৱা ৩০ ছেপ্টেম্বৰ 23-G নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে দলৰ নেতৃত্বৰ বিৰুদ্ধে সোচ্চাৰ হৈ কৈছিল যে কংগ্ৰেছ এতিয়া গুৰীয়ালহীন, কোনেও নাজানে দলৰ সিদ্ধান্ত এতিয়া কোনে লয়।

এই মন্তব্যৰ পিছতে আজিৰ বৈঠকত ছোনিয়া গান্ধীয়ে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলক একগোট হৈ থকাৰ লগতে অনুশাসন মানি চলিবলৈও আহ্বান জনায়।

এক বিশেষ সূত্ৰ অনুসৰি ২০২২ চনৰ ছেপ্টেম্বৰত কংগ্ৰেছে দলৰ নতুন সভাপতি নিৰ্বাচন কৰা হ’ব আৰু দলে অক্টোবৰ মাহত নতুন সভাপতি লাভ কৰিব।

ইফালে কংগ্ৰেছৰ শীৰ্ষ কাৰ্যকৰী বৈঠকৰ ভাষণত ছোনিয়া গান্ধীয়ে দেশৰ বৈদেশিক নীতি ব্যৰ্থতা, মূল্যবৃদ্ধি, ভেকচিনৰ অনিয়ম, লখিমপুৰ কাণ্ড, কৃষক আন্দোলন, ৰাজহুৱা সম্পদ বিক্ৰী বিষয়ে উল্লেখ কৰি মোদী চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd