• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান! শিক্ষিত পত্নীয়ে স্বামীৰ ৰক্ষণাবেক্ষণৰ ধন লাভৰ আশাত নিবনুৱা হৈ থকাটো যুক্তিসংগত নহয়

এন ই নাও নিউজ, গুহাটী by এন ই নাও নিউজ, গুহাটী
March 20, 2025 5:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বৰ চাকৰিৰ অভিজ্ঞতা থকা শিক্ষিত পত্নীয়ে কেৱল স্বামীৰ পৰা ৰক্ষণাবেক্ষণৰ ধন লাভ কৰিবলৈ নিবনুৱা হৈ থাকিব নালাগে। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে বৈবাহিক বিবাদৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই কথা উল্লেখ কৰিছে।

জানিব পৰা মতে ২০১৯ চনত বিবাহপাশত আবদ্ধ হোৱা দম্পতীহালে বিয়াৰ কিছু সময়ৰ পিছতে ছিংগাপুৰলৈ স্থানান্তৰিত হৈছিল। মহিলা গৰাকীয়ে নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকী ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতলৈ উভতি আহি স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে পৰিয়াল আদালতৰ কাষ চাপিছিল। অৰু স্বামীৰ পৰা প্ৰতিমাহে ৩ লাখ ২৫ হাজাৰ টকাৰ ৰক্ষণাবেক্ষণৰ বাবে অনুৰোধ জনাইছিল। কিন্তু মহিলাগৰাকীৰ অন্তৱৰ্তীকালীন ৰক্ষণাবেক্ষণৰ অনুৰোধ নাকচ কৰে আদালতে। পিছত পৰিয়াল আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল মহিলাগৰাকীয়ে। উচ্চ ন্যায়ালয়েও মহিলাগৰাকীৰ আবেদন খাৰিজ কৰে।

Apply Now

প্ৰতিবেদন অনুসৰি এই গোচৰৰ অভিযোগকাৰী সুশিক্ষিত। ২০০৬ চনত তেওঁ স্নাতকোত্তৰ অধ্যয়ন সম্পূৰ্ণ কৰে। ২০০৫ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ ডুবাইত কাম কৰিছিল। বিবাহৰ পিছত তেওঁ কাম নকৰাৰ সিদ্ধান্তৰ বিষয়ে মহিলাগৰাকীৰ ভাষ্যৰ পৰা অনুমান কৰিব পাৰি। উত্তৰত মহিলাগৰাকীৰ স্বামীয়ে কয় যে তেওঁৰ পত্নী উচ্চ শিক্ষিত আৰু নিজৰ জীৱিকা উপাৰ্জনৰ ক্ষমতা আছে। সেয়েহে নিবনুৱা সমস্যাক কাৰণ বুলি উল্লেখ কৰি তেওঁ জীৱিকাৰ ধন বিচাৰিব নোৱাৰে।

দুয়োপক্ষৰ যুক্তি শুনা পাছত আদালতে কয় যে পত্নী উচ্চ শিক্ষিত আৰু শাৰীৰিকভাৱে সক্ষম। সেয়ে আদালতে এই গোচৰত মহিলাগৰাকী ভৰণ-পোষণৰ বাবে যোগ্য নহয় বুলি বিবেচনা কৰে।

এন ই নাও নিউজ, গুহাটী

এন ই নাও নিউজ, গুহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd