• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলা আই.পি.এচ ইন্দ্ৰাণী বৰুৱাসহ অসম আৰক্ষীৰ ৩৫ বিষয়া-জোৱানলৈ মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2020 6:12 pm
CM Sonowal reconstitutes State Level Police Recruitment Board
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃতিত্বপূৰ্ণ সেৱা আৰু নিষ্ঠাৰে বিভাগত কাম কৰি অহাৰ বাবে এইবেলি স্বাধীনতা দিৱসত চতুৰ্থ অসম আৰক্ষীৰ  বাহিনীৰ কামাণ্ডেণ্ট ইন্দ্ৰাণী বৰুৱাসহ (আই.পি.এচ) অসম আৰক্ষীৰ বিভিন্ন শাখাত কাম কৰি থকা ৩৫জন আৰক্ষী বিষয়া-জোৱানক মুখ্য মন্ত্ৰী আৰক্ষী পদকৰ বাবে বাচনি কৰা হৈছে।

আজি ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এক জাননী যোগে প্ৰেৰণ কৰা মুখ্য মন্ত্ৰী আৰক্ষী পদকৰ বাবে বাচনি হোৱা আৰক্ষী বিষয়াসকল ক্ৰমে– ইন্দ্ৰাণী বৰুৱা (আই.পি.এছ), অমৰজিৎ কৌৰ (আই.পি.এছ), আনন্দ মিশ্ৰ (আই.পি.এছ), সুভাষিনী শংকৰন (আই.পি.এছ), স্বেবান্তক মিশ্ৰ (আই.পি.এছ)।

Apply Now

অসম আৰক্ষী সেৱাৰ বিষয়াসকল (এ.পি.এছ) হ’ল ক্ৰমে– মহেশচান্দ শৰ্মা, ৰিপুল দাস, ডম্বৰুধৰ দাস, ৰণজিৎ দুৱৰা, ৰিপুঞ্জয় কাকতি, বিতুল চেতিয়া, ময়দুল ইছলাম, জোন দাস, হিমাংশু দাস আৰু মৃণ্ময় দাস।

তেনেদৰে বাচনি হোৱা পৰিদৰ্শকদ্বয় অসীম বৰা আৰু অনিল দাস, উপ-পৰিদৰ্শক ক্ৰমে– ৰাজু বাহাদুৰ চেত্ৰী, নিপু কলিতা, পুলক বৰ্মন, অবিনাশ মেধি আৰু ঋতুপৰ্ণ সোণোৱাল, সহকাৰী পৰিদৰ্শক অৰুণ কুমাৰ নাথ, হাবিলদাৰ সুদৰ্শন দাস আৰু কনিষ্টবল ক্ৰমে- প্ৰকাশ বসুমতাৰী, ৰাকেশ কুমাৰ সিং, ইনু দেৱী, বিশ্বজিৎ ফটোৱালী আৰু তন্ময় নাথ।

আনহাতে অগ্নি আৰু আপদকালীন সেৱাৰ ছয়গৰাকী বিষয়া-জোৱান হ’ল ক্ৰমে– জ্যেষ্ঠ আস্থান বিষয়া তৰুণ চন্দ্ৰ দিহিংগীয়া, এছ.ডি.আৰ.এফৰ দিলীপ ওৰাং, পংকজ শুভা, পৰাগ বৰা, দেৱীদন চুতীয়া আৰু অমিত চৌধুৰী।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ পাঁচজন বিষয়া-জোৱান কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ আৰক্ষীৰ পদকৰ বাবে বাচনি হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd