• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যুদ্ধবিধ্বস্ত ছিৰিয়ালৈ ২০০০ টন চাউলৰ সাহায্য প্ৰদান ভাৰতৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2021 10:59 am

1 min read

যুদ্ধবিধ্বস্ত ছিৰিয়ালৈ ২০০০ টন চাউলৰ সাহায্য প্ৰদান ভাৰতৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

160
VIEWS
Share on FacebookShare on Twitter

ছিৰিয়া চৰকাৰৰ জৰুৰীকালীন মানৱীয় সাহায্যৰ অনুৰোধৰ প্ৰতি সহাৰি জনাই ভাৰতে যুদ্ধবিধ্বস্ত দেশখনলৈ ২০০০ টন চাউলৰ সাহায্য আগবঢ়াইছে।

ভাৰতে ছিৰিয়ালৈ জৰুৰীকালীনভাৱে ২০০০ টন চাউলৰ সাহায্য আগবঢ়াইছে বুলি শুকুৰবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হয়।

ছিৰিয়াত থকা ভাৰতীয় ৰাষ্ট্ৰদূত হাফিজুৰ ৰহমানে ছিৰিয়া চৰকাৰৰ বিভাগীয় প্ৰতিনিধিৰ হাতত বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ ১০০০ টন চাউল অৰ্পন কৰে।

ভাৰতৰ এই সাহায্যৰ পাছতে ছিৰিয়া চৰকাৰে ভাৰতলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

উল্লেখযোগ্য যে, যুদ্ধবিধ্বস্ত ছিৰিয়াত তীব্ৰ আৰ্থিক আৰু খাদ্য সংকটে দেখা দি আহিছে।

ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা বিভিন্ন ক্ষেত্ৰত সাহায্যৰে ছিৰিয়ালৈ শান্তি আৰু সুস্থিৰতা ঘুৰাই অনাৰ বাবে প্ৰয়াস চলাই থকা হৈছে।

ভাৰতে বিভিন্ন ক্ষেত্ৰত বিভিন্ন দেশলৈ সাহায্য আগবঢ়াই আহিছে।

বৰ্তমান সময়ত বিশেষকৈ কোভিড ভেকচিনৰ ক্ষেত্ৰতো ভাৰতে বিভিন্ন দেশলৈ অনুদান হিচাপে ভেকচিন আগবঢ়াইছে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd