• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুম্বাই-আহমেদাবাদেই নহয় ভাৰতৰ আৰু ছটা পথত চলিব পাৰে বুলেট ট্ৰেইন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2020 9:29 pm
India likely to get six more bullet train corridors

ছবি সৌজন্য-- Livemint

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাই-আহমেদাবাদৰ উপৰি ভাৰতৰ আৰু ছটা পথত বুলেট ট্ৰেইন চলিব পাৰে, বাতৰিত প্ৰকাশ।

বৰ্তমান মুম্বাই-আহমেদাবাদ প্ৰকল্পৰ কাম দ্ৰুতগতিত চলি আছে। কিন্তু ভাৰতীয় ৰেলৱেই দেশৰ আন পথতো যাত্ৰী আৰু মালগাড়ী দুয়োবিধৰে গতি বৃদ্ধিৰ বাবে কাম কৰি আছে।

Apply Now

ৰেল মন্ত্ৰী পীয়ুশ গোৱেলে লোক সভাত জনোৱা মতে যোৱা বছৰ আগষ্টত দেশৰ দুটা ৰেলপথত গতি ১৬০ কি.মি.লৈ বৃদ্ধিত অনুমোদন জনোৱা হৈছে।

ৰেলপথ দুটা হৈছে নতুন দিল্লী-মুম্বাই আৰু নতুন দিল্লী-হাওৰা পথ।

বাতৰি মতে, ৰেল মন্ত্ৰ্যালয়ে ছটা উচ্চগতিৰ ৰেল কৰিডৰৰ বাবে ডি পি আৰ (Detailed Project Report) আহ্বান কৰিছে।

মন্ত্ৰী গোৱেলৰ মতে, এই কাম নেচনেল হাই স্পীড ৰেল কৰ্পৰেচন লিমিটেডক দিয়া হৈছে।

বুলেট ট্ৰেইনৰ সম্ভাৱ্য পথকেইটা হৈছে:

১. ৮৬৫ কি. মি. দৈৰ্ঘ্যৰ দিল্লী–নইডা–আগ্ৰা–কাণপুৰ– লক্ষ্ণৌ–বাৰাণসী

২. ৮৮৬ কি. মি. দৈৰ্ঘ্যৰ দিল্লী-জয়পুৰ-উদয়পুৰ-আহমেদাবাদ

৩. ৭৫৩ কি. মি. দৈৰ্ঘ্যৰ মুম্বাই-নাছিক-নাগপুৰ

৪. ৭১১ কি. মি. দৈৰ্ঘ্যৰ মুম্বাই-পুনে-হায়দৰাবাদ

৫. ৪৩৫ কি. মি. দৈৰ্ঘ্যৰ চেন্নাই-বেংগালুৰু-মাইছৰ

৬. ৪৫৯ কি. মি. দৈৰ্ঘ্যৰ দিল্লী-চণ্ডীগড়-লুধিয়ানা-জলন্ধৰ-অমৃতসৰ

মুম্বাই-আহমেদাবাদৰ মাজৰ নিৰ্মীয়মান বুলেট ট্ৰেইনে দুয়ো ঠাইৰ যাত্ৰাকাল মাত্ৰ দুঘণ্টালৈ কমাই আনিব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানী প্ৰধান মন্ত্ৰী শ্বিনজ’ আবেই ২০১৭ চনৰ ছেপ্তেম্বৰত প্ৰকল্পটোৰ শুভাৰম্ভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd