• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চীনৰ আগ্ৰাসন ৰোধৰ বাবে লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত নতুন পথ নিৰ্মাণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2025 8:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমে পাকিস্তান দখল কৰা গিলগিট-বাল্টিস্তানৰ কাৰাকোৰাম পৰ্বতমালা দেখা যায়। ইয়াৰ ওচৰতে ভাৰত-চীন লাইন অৱ একচুৱেল কণ্ট্ৰল (LoC)। ইয়াৰ মাজতে সমুদ্ৰপৃষ্ঠৰ পৰা ১৬,০০০ ফুট উচ্চতাত ভাৰতীয় বায়ুসেনাৰ দৌলত বেগ ওল্ডি বিমানঘাটি (‘ডি বি অ’’ নামেৰে জনাজাত) নিহিত হৈ আছে। এইবাৰ ভাৰতে সৈন্য ক্ষিপ্ৰতাৰে নিয়োগ কৰাৰ লক্ষ্যৰে বিকল্প পথ নিৰ্মাণ কৰিছে।

উল্লেখ্য যে ২০২০ চনৰ জুন মাহত চীনৰ সৈতে হোৱা উত্তেজনাৰ মাজতে সীমান্ত পথ সংস্থাই দৌলত বেগ ওল্ডি পোৱাৰ বাবে বিকল্প পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে। এই নতুন পথটোৱে লাডাখৰ ৰাজধানী লেহৰ পৰা দৌলাত বেগ অল্ডিলৈ ৭৯ কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰিব। দুদিনৰ পৰা মাত্ৰ ১১-১২ ঘন্টালৈ হ্ৰাস কৰা হ’ব যাত্ৰাৰ সময়। বৰ্তমান দাৰবুক-শ্বিয়ক-ডিবিঅ’ পথটোৱে কেইবাঠাইতো প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলঅ’চি) স্পৰ্শ কৰিছে। ফলত সেনাই ইয়াক ৰিস্কি বুলি গণ্য কৰে। কিন্তু নতুন পথটোৱে চীনৰ চোৰাংচোৱাগিৰি বা হঠাৎ আক্ৰমণৰ কোনো ভাবুকিৰ সৃষ্টি নকৰে। সেনাৰ সূত্ৰ অনুসৰি অহা বছৰৰ পৰা এই নতুন পথটো কাৰ্যক্ষম হৈ উঠিব। ১৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নতুন পথটোও গধুৰ সামৰিক সঁজুলি পৰিবহণৰ বাবে উপযোগী হ’ব।

Apply Now

প্ৰসংগক্ৰমে ভাৰত-চীন যুদ্ধৰ সময়ত ১৯৬২ চনত নিৰ্মাণ কৰা হৈছিল ডি বি অ’ বিমানবন্দৰ। চাৰি দশক ধৰি অব্যৱহৃত হৈ থকাৰ পিছত ২০০৮ চনত বৃহৎ সংস্কাৰৰ অন্তত এই বিমানঘাটিটো পুনৰ মুকলি কৰা হয়। ২০২০ চনত গালৱান খণ্ডৰ সময়ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখালৈ সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰ দ্ৰুতগতিত পৰিবহণ কৰাত ডি বি অ’ই ফলপ্ৰসূ ভূমিকা পালন কৰিছিল। এই বিমানপথটো চীনৰ বাবে সদায় মূৰৰ বিষ হৈ আহিছে। যুদ্ধৰ সূত্ৰপাত হ’লে ভাৰতে এই বিমানপথেৰে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC)ক সহজেই আক্ৰমণ কৰিবলৈ সক্ষম হ’ব বুলি আশংকা কৰিছে বেইজিঙে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd