DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাছিয়াত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠকত অংশগ্ৰহণ নকৰে ৰাজনাথ সিঙে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2020 1:59 pm
ৰাজনাথ সিং

ৰাজনাথ সিং

20.1k
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াৰ বিজয় দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে মস্কোত উপস্থিত হোৱা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মস্কোত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ নকৰে।

চীনৰ সংবাদ মাধ্যমত মস্কোত ভাতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংগে মিলিত হ’ব বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ৰাজনাথ সিঙে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ নকৰে বুলি স্পষ্ট কৰি দিয়ে।

চীনৰ সৈতে শেহতীয়াভাৱে সীমান্তত চলি থকা উত্তেজনাময় পৰিস্থিতিৰ সময়তে ৰাজনাথ সিঙৰ ৰাছিয়া ভ্ৰমণ গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।

আনহাতে, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ৰাছিয়াই ভাৰতৰ প্ৰাৰ্থীত্বক সমৰ্থন কৰিব বুলিও মন্তব্য কৰিছে।

ৰাজনাথ সিঙৰ ৰাছিয়া ভ্ৰমণৰ সময়তে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা অস্ত্ৰ চুক্তিৰ ক্ষেত্ৰত প্ৰয়োজনীয় অস্ত্ৰসমূহ পলম নোহোৱাকৈ ভাৰতক যোগান ধৰাৰ ক্ষেত্ৰতো আলোচনা কৰা হৈছে।

উল্লেখযোগ্য যে, মস্কোত অনুষ্ঠিত হ’বলগীয়া বিজয় দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে ইতিমধ্যে ভাৰতকে ধৰি বিভিন্ন দেশৰ ৰাজনৈতিক নেতৃত্ব ৰাছিয়াত উপস্থিত হৈছে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd