• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নৰ্থইষ্ট নাও’ৰ সাংবাদিক দুলাল মিশ্ৰলৈ ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ‘ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2022 4:58 pm
272998252_3082729055278486_6993045121016051930_n

'ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা' গ্রহণ কৰাৰ মুহূর্তত নৰ্থইষ্ট নাওৰ সাংবাদিক দুলাল মিশ্ৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যতম সংবাদসেৱী সংস্থা ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নে আজি অসম  ৰাজ্যিক সাংবাদিক সন্থাৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ‘নৰ্থইষ্ট নাও’ৰ জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰক ‘ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা’ৰে সন্মানিত কৰে। 

শনিবাৰে দিছপুৰৰ অসম লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পিযুষ হাজৰিকাই মিশ্ৰক ‘ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা’ প্ৰদান কৰে।

সুদীৰ্ঘ প্ৰায় ২৫বছৰ কাল সাংবাদিকতা কৰা দুলাল মিশ্ৰই কেইবাখনো অসমৰ শীৰ্ষস্থানীয় দৈনিক বাতৰি কাকতৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী ‘দ্য ছানডে ইণ্ডিয়ান’তো সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল।

Apply Now

লগতে পঢ়ক: ধনেই শক্তি! বিজেপিৰ ২০১৯-২০ বৰ্ষত সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা ঘোষণা

বৰ্তমান ‘নৰ্থ ইষ্ট নাও’ৰ জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰই কেইবাখনো গ্ৰন্থও ৰচনা তথা সম্পাদনা কৰিছে।   

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহোগত আয়োজিত ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক তথা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি বি.আৰ. প্রজাপতি, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে।

তদুপৰি, অনুষ্ঠানত অসম সংখ্যালঘু উন্নয়ন বোর্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰী আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সচিব বাবুল বৰাও উপস্থিত থাকে।

লগতে পঢ়ক: চিপাহীখোলাত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশনৰ মূল পতাকা উত্তোলন

এই অনুষ্ঠানতে অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাস(IAS), লাহৰীঘাট সমষ্টিৰ বিধায়ক ডঃ আছিফ মহম্মদ নজৰ, অসম আৰক্ষীৰ বিষয়া প্ৰসেনজিৎ দাস, আৰু সাংবাদিক এনাক্ষী শইকীয়া বৰুৱাকো সম্বৰ্দ্ধনা জনোৱা হয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd