• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণা আক্ৰান্তৰ ক্ষেত্ৰত ভাৰত চতুৰ্থ স্থানলৈ অৱনমিত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 31, 2021 11:06 am

1 min read

a cov
207
VIEWS
Share on FacebookShare on Twitter

দেশত বিগত বৰ্ষৰ ৩০ জানুৱাৰীৰ দিনা প্ৰথমগৰাকী ক’ৰ’ণাত আক্ৰান্ত লোক চিনাক্ত হৈছিল।

ক’ৰ’ণাৰ সংক্ৰমণৰ বৰ্ষপূৰ্তিৰ এবছৰ সম্পূৰ্ণ হোৱাৰ সময়তে দেশবাসীৰ বাবে এটা ভাল খবৰ আহিছে।

সৌসিদিনালৈ আমেৰিকা আৰু ব্ৰাজিলৰ পিছতে থকা ভাৰত বৰ্ষ এতিয়া ক’ৰ’ণা সংক্ৰমণৰ ক্ষেত্ৰত চতুৰ্থ স্থানলৈ অৱনমিত হৈছে।

অৰ্ছথাৎ দেশত এতিয়া ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ কমি আহিছে।

স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেওবাৰে পুৱাৰ ভাগলৈ ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ১৩ হাজাৰ ৫২ গৰাকী।

এতিয়া দেশক মুঠ ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ১ কোটি ৭ লাখ৪৬ হাজাৰ ১৮৩ গৰাকী।

মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ১ লাখ ৪৫ হাজাৰ ২৭৪ গৰাকী।বিগত ২৪ ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১২৭ গৰাকী লোকৰ।

এতিয়ালৈকে দেশত ক’ৰ’ণাৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ১ কোটি ৪ লাখ ২৩ হাজাৰ ১২৫ গৰাকী।

আমেৰিকা, ব্ৰাজিল আদি দেশ সমূহত ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনে পুনৰ মহা বিপদৰ আশংকাৰ সৃষ্টি কৰিছে যদিও ভাৰত এই ক্ষেত্ৰত বহু পৰিমাণে হাত সাৰি আছে।

ক’ৰ’ণা আক্ৰান্তৰ ক্ষেত্ৰত তৃতীয় স্থানত উপবিষ্ট হৈছে মেক্সিকো।

Recent News

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

rishabh pant century 3

বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd