• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূটানত এদিন থাকিলেই ভাৰতীয় লোকে দিব লাগিব ১২০০ টকাকৈ, বিদেশী পৰ্যটকৰ বাবে ২০০ আমেৰিকান ডলাৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 24, 2022 4:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত আঢ়ৈ বছৰে কোভিডৰ বাবে বন্ধ হৈ থকা চিৰাং জিলাৰ ভাৰত- ভূটান সীমান্তৰ দাদগিৰি – গেলেফুৰ মাজত থকা ভাৰত-ভূটান সংযোগী আন্তঃ ৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ আজি মুকলি কৰা হয় । ইণ্ডো ভূটান ফ্ৰেইণ্ডশ্বিপ এচোছিয়েচনৰ উদ্যোগত প্ৰৱেশদ্বাৰ মুকলি হোৱাৰ পাছত ভাৰতীয় নাগৰিকে পাৰ্চপোৰ্ট অবিহনে ভোটাৰ বা আধাৰকাৰ্ড পৰিচয় পত্ৰ প্ৰদান কৰি ভূটানত প্ৰৱেশ কৰিব পাৰিব ৷

ইয়াৰ বিপৰীতে ইমান দিনে ভূটানত গৈ কোনো মাচুল আদায় নিদিয়া ভাৰতীয় পৰ্যটক সকলে এতিয়াৰে পৰা ভূটানত নিশা যাপন কৰিলে আদায় দিব লাগিব মাচুল ৷ এজন ভাৰতীয় পৰ্যটকে এতিয়াৰে পৰা ভূটানত এনিশা যাপন কৰিলে তাৰ বাবদ আদায় দিব লাগিব ১২০০ (বাৰশ ) ভাৰতীয় টকা । আনহাতে এজন বিদেশী পৰ্যটকে এনিশা ভূটানত থাকিব লগা হলে তাৰ বাবদ আদায় দিব লাগিব ২০০ আমেৰিকান ডলাৰ । ভূটান চৰকাৰে শেহতীয়াভাৱে এই নিৰ্দেশনা জাৰি কৰিছে ৷ ইপিনে ভূটান চৰকাৰৰ এই সিদ্ধান্তৰ পিছত ভাৰতীয় পৰ্যটক ওপৰত নিৰ্ভৰশীল ভূটানৰ গেলেফু চহৰৰ ভূটানী ব্যবসায়ী মহলৰ লগতে সমান্তৰাল ভাবে ভূটানী নাগৰিকৰ ওপৰত নিৰ্ভৰশীল জিলাখনৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দাদগিৰি অঞ্চলৰ ব্যবসায়ী মহল উৎফুল্লিত হৈ পৰিছে ৷

Apply Now

ইমান দিনে ভূটানৰ সৈতে ভাৰতৰ যাতায়াত বন্ধ হৈ থকাৰ কাৰণে দুয়োখন দেশৰ নাগৰিক সকলে ব্যবসায়িক দিশত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল ৷ কিন্তু আজি আঢ়ৈ বছৰৰ মুৰত পুনৰ দুয়োখন দেশৰ মাজত যাতায়াত মুকলি হোৱাত আকৌ আশাৰ কিৰণ দেখা পাইছে বুলি আশা ব্যক্ত কৰে ।

উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ কাৰণে ২০২০ চনৰ ২৩ মাৰ্চত ভূটান চৰকাৰে দুয়োখন দেশৰ সাধাৰণ নাগৰিক তথা পৰ্যটকৰ যাতায়াত বন্ধ কৰিছিল । তাৰ পিচত আজিঅৰ্থাৎ ২৩ চেপ্তেম্বৰ পুৱা ৯:৪৫ ত ভাৰত-ভূটান সীমান্তৰ অন্যান্য প্ৰৱেশদ্বাৰৰ লগতে চিৰাং জিলাৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দাদগিৰি – গেলেফু প্ৰৱেশদ্বাৰ মুকলি কৰা হয়। আঢ়ৈ বছৰ ধৰি বন্ধ হৈ থকা চিৰাঙৰ দাদগিৰি স্থিত ভূটানৰ প্ৰৱেশদ্বাৰ ভূটানী পৰম্পৰাগত নিয়ম নীতিৰ মাজেৰে গেলেফু চহৰৰ এজন সন্মানীয় তথা জেষ্ঠ্য বুদ্ধ সন্ন্যাসীৰ দ্বাৰা মুকলি কৰা হয় ।

এই প্ৰৱেশদ্বাৰ মুকলি অনুষ্ঠান উপলক্ষ্যে ভূটান চৰকাৰৰ পৰা সীমান্তৱৰ্তী ৩৩ খন গাঁৱৰ গাওঁবুঢ়াৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃত্ববৰ্গ আৰু ব্যবসায়ীসকলক আমন্ত্ৰণ কৰে । আমন্ত্ৰিত অতিথি সকলক ভূটানী সকলে পৰম্পৰাগত অংগ বস্ত্ৰ “খাদা” ৰে আদৰণি জনায় ।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd