• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজিৰ পৰা আন্তঃজিলা যাতায়ত ব্যৱস্থা আৰম্ভ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
April 25, 2020 3:05 pm
2k
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ হল আন্তঃজিলা যাতায়ত ব্যৱস্থা। অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি ল’কডাউনৰ সময়ত অন্য জিলাত অৱদ্ধ হৈ থকা ব্যক্তিক আজিৰ পৰা নিজ গৃহলৈ অহাৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।

শিৱসাগৰ জিলা প্ৰশাসনেও জিলাখনত আৱদ্ধ হৈ থকা আন জিলাৰ ব্যক্তিক নিজ গৃহলৈ যাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰায় ২৫ খন বাছৰ জৰিয়তে আজি প্ৰায় ৩৬০ গৰাকী ব্যক্তিক নিজ গৃহলৈ যোৱাৰ সুবিধা কৰি দিয়ে জিলা প্ৰশাসন তথা অসম ৰাজ্যিক পৰিবহণ নিগমে।

১০৪ সেৱাৰ জৰিয়তে আগতীয়াকৈ বুকিং কৰা এই যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে স্বাস্থ্য বিভাগৰ এটা দলে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে  স্ক্ৰিনিং টেষ্ট কৰাৰ অন্তত যাবলৈ দিয়া হয় বুলি জানিবলৈ দিয়ে স্বাস্থ্যকৰ্মী মুস্তাফিজ আহমেদে।

আনহাতে যাত্ৰাৰ সময়ত প্ৰতিগৰাকী ব্যক্তিয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি জানিবলৈ দিয়ে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে। উপায়ুক্ত গৰাকীয়ে লগতে কয়, শিৱসাগৰলৈ যিসকল যাত্ৰী অন্য জিলাৰ পৰা আহিছে সেইসকল যাত্ৰীক নিজ গৃহলৈ পঠোৱাৰ বাবে  ব্যৱস্থা গ্ৰহণ কৰা হৈছে।  ২৬ আৰু ২৭ এপ্ৰিললৈকে এই সেৱা অব্যাহত থাকিব।

উল্লেখযোগ্য যে যাত্ৰাৰ পূৰ্বে আজি পুৱাৰে পৰা নিগমৰ বাছ সমূহৰ লগতে অসম ৰাজ্যিক পৰিবহন নিগমৰ শিৱসাগৰৰ অৱস্থানটো চেনিটাইজিং কৰা হৈছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd