DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘোচ দিয়া-লোৱা কৰোঁতেই চি বি আইৰ ফান্দত পৰিল মহিলাসহ ভাৰতীয় তেল নিগমৰ মহাপ্ৰবন্ধক

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 12, 2019 8:02 pm
OIC GM Dibyajyoti Datta

ঘোচ লৈ চি বি আইৰ জালত পৰা ভাৰতীয় তেল নিগমৰ মহাপ্ৰবন্ধক (বিক্ৰী) দিব্যজ্যোতি দত্ত। ফটো : য়ু বি।

1.2k
VIEWS
Share on FacebookShare on Twitter

ঘোচ দিয়া-লোৱাৰ এটা ঘটনাত ধৰা পৰিল ভাৰতীয় তেল নিগমৰ এগৰাকী মহাপ্ৰবন্ধক। চি বি আয়ে পতা জালত ভৰি দিয়া মহাপ্ৰবন্ধকজনৰ নাম দিব্যজ্যোতি দত্ত আৰু তেওঁ বিক্ৰী (sales) শাখাৰ দায়িত্বত আছে।

১১ ফেব্ৰুৱাৰিত মহানগৰীৰ ৰুক্মিণীগাঁৱৰ শ্বুলিন গ্ৰাণ্ড নামৰ হোটলত চলোৱা অভিযানটোত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে বিষয়াজনৰ লগতে ঘোচ দিব খোজা বেং ডাংগ্ৰ আও নামৰ ডিমাপুৰৰ মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰে।

দুয়োকে আজি মহানগৰীৰ চানমাৰিত থকা চি বি আইৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাই পুনৰ নিজৰ জিম্মাত লয় কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে।

জানিব পৰা মতে, বিষয়াজনে মহিলাগৰাকীৰ পৰা নাগালেণ্ডৰ টুলিত এটা পেট্ৰল পাম্পৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদানৰ বিনিময়ত এই উৎকোচ বিচাৰিছিল।

কিন্তু দীৰ্ঘ দিনৰ পৰা চি বি আয়ে সন্দেহৰ আৱৰ্তত ৰখা বিষয়াজনৰ ফোন টেপিং কৰি আহিছিল। গতিকে ঘোচ দিয়া-লোৱাৰ বন্দৱস্তৰ বিষয়ে জানিব পাৰি পূৰ্বৰে পৰা সাজু হৈ থকা চি বি আইৰ দুৰ্নীতি নিবাৰক শাখাই দুয়োকে গ্ৰেপ্তাৰ কৰে।

বিষয়াজনক গ্ৰেপ্তাৰৰ পাছতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে আবেলিৰে পৰা ওৰে নিশা তেওঁৰ পাঞ্জাবাৰীৰ নীলগিৰি পথত থকা বাসভৱনতো তালাচী চলায়। তালাচীৰ সময়ত তিনিলাখ টকা আৰু কিছু নথি-পত্ৰ জব্দ কৰে।

Recent News

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কৃষক আন্দোলনৰ সমৰ্থন বিচাৰি জ’ বিদেনলৈ পত্ৰ প্ৰেৰণ ৪০জনৰো অধিক আইনজীৱীৰ

কথা পাহৰা ৰোগত আক্ৰান্ত হৈছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেন! চলাই নিব পাৰিবনে আমেৰিকাক?

২৭ আগষ্টত দেশে লাভ কৰিব নতুন  মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd