• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এই প্ৰখৰ গৰমত মদ খালে হ’ব পাৰে ভয়ংকৰ পৰিণতি! মদাহীসকলে মনত ৰাখক এইকেইটা কথা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 17, 2024 7:07 pm
535
VIEWS
Share on FacebookShare on Twitter

গ্ৰীষ্মকালত মদ্যপান কৰাটো বহুতৰে বাবে উপভোগ্য হ’ব পাৰে, কিন্তু সম্ভাৱ্য স্বাস্থ্যজনিত বিপদৰ প্ৰতি সচেতন নহ’লে পৰিণতি ভোগ কৰিবলগা হ’ব পাৰে।

এনে প্ৰচণ্ড গৰমত মদ খালে হ’ব পৰা স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে জানো আহক –

১/ ডিহাইড্ৰেচন : মদে শৰীৰত পানীৰ অভাৱ সৃষ্টি কৰাৰ লগতে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰে। ই ডিহাইড্ৰেচনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

২) গৰমৰ ৰোগৰ আশংকা : গৰমত মদ খালে গৰমৰ লগত জড়িত ৰোগ যেনে ক্লান্তি বা হিট ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। মদ্যপানে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ ক্ষমতাত ব্যাঘাত জন্মাব পাৰে।

৩/ বিচাৰ-বিবেচনাহীনতা : অত্যধিক গৰমে মানুহৰ বিচাৰ-বুদ্ধি আৰু ধৈৰ্য্য শক্তিত প্ৰভাৱ পেলাব পাৰে। মদ খালে এই প্ৰভাৱ দুগুণলৈ বৃদ্ধি হ’ব পাৰে।

৪/ সংবেদনশীলতা বৃদ্ধি : মদ্যপানে সংবেদনশীলতা বৃদ্ধি কৰে। গৰমত মদ খালে গৰমৰ প্ৰভাৱ সাধাৰণতে বেছিকৈ অনুভৱ কৰা যায়।

গৰমত মদ খোৱা সকলে মনত ৰাখক এইকেইটা কথা –

১/ মদ খোৱাৰ আগতে, খোৱাৰ সময়ত আৰু পিছত প্ৰচুৰ পৰিমাণে পানী খাব লাগে যাতে হাইড্ৰেটেড হৈ থাকে।

২) মদ সেৱন সীমিত কৰক।

৩/ হাৰ্ড ড্ৰিকংছৰ সলনি কম পৰিমাণে এলক’হল থকা সুৰা সেৱন কৰক। এই ক্ষেত্ৰত বীয়েৰ এক ভাল বিকল্প হ’ব পাৰে।

৪/ মদ্যপান কৰি থকা অৱস্থাত খাদ্য গ্ৰহণ কৰিলে মদ্যপানৰ শোষণ লেহেমীয়া হয় আৰু হাইড্ৰেচন আৰু শক্তিৰ মাত্ৰা বজাই ৰখাত সহায় কৰে।

৫/ মদ খোৱাৰ পিছত জিৰণি লওক, শীতল ঠাইত থাকক। ৰ’দত ওলোৱাৰ পৰা বিৰত থাকক।

লগতে পঢ়কঃ বীয়েৰৰ লগত নাখাব এইকেইটা খাদ্য, অন্যথা পৰিণাম ভুগিব লাগিব আপুনি 
লগতে পঢ়কঃ মদ খাই নেকি? তেন্তে সাৱধান! এইকেইটা লক্ষণে দেখা দিলে হ’ব পাৰে ডাঙৰ বিপদ
লগতে পঢ়কঃ মদ্যপান কৰে নেকি? তেন্তে জানি লওঁক ফেটি লিভাৰৰ লক্ষণসমূহ

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd