• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীয়ে নজনাকৈ হীৰেন গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা কথাটো গোকাট মিছা : তৰুণ গগৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 17, 2019 7:04 am
ATTACHMENT

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰূদ্ধে লতাশিল থানাত দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হোৱাৰ পাছত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া হৈছিল। কিন্তু ইয়াৰ পাছত চৰকাৰে এই বিষয়লৈ ‘মিছা’ৰ আশ্ৰয় লোৱাৰ অভিযোগ আনিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

বুধবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি তৰুণ গগৈয়ে কয় যে মুখ্য মন্ত্ৰীৰ অনুমতি নোহোৱাকৈ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে এই গোচৰ ৰুজু হ’ব নোৱাৰে।

Apply Now

গগৈয়ে কয়, ‘ড০ হীৰেন গোহাঁই অসমৰেই নহয় ভাৰতবৰ্ষৰ এজন মূধাফুটা বুদ্ধিজীৱী। তেনে এজন ব্যক্তিৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ অনুমতি নোহোৱাকৈ ডি জি পিয়েই হওক বা আন আৰক্ষী বিষয়াই হওক কাৰো গোচৰ ৰুজু কৰিবলৈ সাহস নাই। ডিজিপিয়েও তেনে সিদ্ধান্ত ল’বলৈ মুখ্য মন্ত্ৰীৰ পৰা অনুমতি লৈহে কাম কৰে। আমিয়ো চৰকাৰ চলাইছিলো, আমি এই কথা জানো’।

উল্লেখযোগ্য যে বিজেপিৰৰ লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই সংবাদ মাধ্যমৰ আগত দুদিনমান পূৰ্বে মন্তব্য কৰিছিল যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নজনাকৈয়ে তেওঁক অস্বস্তিত পেলাবলৈ গৃহ বিভাগৰ কোনো বিষয়াই ড০ গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰটো ৰুজু কৰিছিল। মুখ্য মন্ত্ৰী সোণোৱালৰ ইয়াত হাত নাছিল। কিন্তু ১৬ জানুৱাৰিত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্য মন্ত্ৰীজনে ইয়াক বিজেপিৰ এটা গোকাট মিছা’ আখ্যা দিয়ে।

গগৈৰ প্ৰশ্ন- ‘যদি মুখ্য মন্ত্ৰীক অস্বস্তিত পেলাবলৈয়ে গোহাঁইৰ বিৰূদ্ধে গোচৰ ৰুজু হৈছিল তেনেহ’লে সেই আৰক্ষী বিষয়াজনৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ হোৱা নাই কিয়?’

তেওঁ লগতে ইয়াকো কয় যে চৰকাৰে এই কথাৰ দ্বাৰা হীৰেন গোহাঁইয়ে আইন ভংগ কৰা নাই বুলি আওপকীয়াকৈ কোৱাটো হৈছে। কিন্তু তেওঁৰ বিৰূদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ নকৰাৰ বিষয়টোতো গগৈয়ে প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য যে, যোৱা ৭ ডিচেম্বৰত গুৱাহাটীৰ আমবাৰীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অনুষ্ঠিত ‘ধিক্কাৰ দিৱস’ৰ কাৰ্যসূচীত স্বাধীন অসমৰ দাবী উঠোৱাৰ অভিযোগত ড০ হীৰেন গোহাই, মনজিৎ মহন্ত আৰু অখিল গগৈৰ বিৰূদ্ধে দেশদ্ৰোহিতাৰ অভিযোগ আনি আৰক্ষীয়ে এক নিজাববীয়া গোচৰ তৰিছিল। এই গোচৰৰ পাছতেই আৰক্ষী তথা অসম চৰকাৰৰ বিৰূদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

August 27, 2026 3:21 pm
কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

August 27, 2026 2:49 pm
যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

August 27, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd