• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেকলিনৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ নিৰ্দেশ দিল্লী আদালতৰ; সুকেশ-গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে অভিনেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2026 8:15 am
105
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত এক নতুন মোৰ। দীৰ্ঘদিনীয়া এই গোচৰত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ বিৰুদ্ধে অভিযোগ গঠনৰ (চাৰ্জ ফ্ৰেম) কৰাৰ নিৰ্দেশ দিছে দিল্লীৰ আদালতে। কেৱল জেকলিনেই নহয়, অভিযুক্ত সুকেশ চন্দ্ৰশেখৰ, তেওঁৰ পত্নী লিনা মাৰিয়া পলকে ধৰি আন ১৪জন অভিযুক্তৰ তালিকাত আছে। ফলত দীৰ্ঘদিনীয়া বিতৰ্কিত এই গোচৰৰ বিচাৰৰ পথ অধিক স্পষ্ট হৈ পৰিছে।

শনিবাৰে দিল্লীৰ পাটিয়ালা হাউছ আদালতে কয় যে ইডিৰ তদন্তৰ পৰা ওলোৱা তথ্যৰ ভিত্তিত জেকলিনকে ধৰি মুঠ ১৭জন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হ’ব। অহা ৩ জুনত আনুষ্ঠানিকভাৱে এই অভিযোগনামাত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।

Apply Now

কেইবছৰমান আগতে এই গোচৰটো আৰম্ভ হৈছিল। অভিযোগ অনুসৰি দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকাৰ সময়তে সুকেশ চন্দ্ৰশেখৰে ৰেনবেক্সীৰ প্ৰাক্তন বছ শিবিন্দৰ সিঙৰ পত্নী অদিতি সিঙৰ পৰা প্ৰায় ২০০ কোটি টকা আত্মসাৎ কৰিছিল। তদন্তকাৰীয়ে দাবী কৰিছে যে চৰকাৰী বিষয়াৰ ৰূপ লৈ আৰু সহযোগীৰ নেটৱৰ্ক ব্যৱহাৰ কৰি এই জালিয়াতি সংঘটিত কৰা হৈছিল।

তদন্তৰ সময়ত জেকলিন ফাৰ্নাণ্ডেজৰ নাম চৰ্চালৈ আহিছিল। সুকেশৰ পৰা বিলাসী সামগ্ৰী আৰু উচ্চ মূল্যৰ সম্পত্তিকে ধৰি কেইবাটাও দামী উপহাৰ লাভ কৰা বুলি অভিযোগ উত্থাপন কৰে ইডিয়ে। তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে যে এই উপহাৰসমূহ ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা ধন ধন দাবী ৰেকেটৰ জৰিয়তে উপাৰ্জন কৰা ধনৰ অংশ আছিল।

অৱশ্যে জেকলিনে আৰম্ভণিৰে পৰাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰি আহিছে। অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে সুকেশে দিয়া ধন বা উপহাৰ যে কোনো অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত সেই কথা তেওঁ নাজানিছিল।

গোচৰৰ তদন্তৰ সময়ত জেকলিনে ‘অনুমোদনকাৰী’ বা চৰকাৰী সাক্ষী হিচাপেও আৱেদন কৰিছিল। তেওঁ দাবী কৰে যে তেওঁৰ হাতত গুৰুত্বপূৰ্ণ তথ্য আছে যিয়ে তদন্তত সহায় কৰিব পাৰে। কিন্তু ইডিয়ে সেই আবেদনখনক সমৰ্থন কৰা নাছিল। সংস্থাটোৱে জনোৱা মতে, এই কাণ্ডত জেকলিন কোনো সাধাৰণ ভূমিকাত নাছিল, কিন্তু সুকেশে প্ৰতাৰণা কৰা বিপুল পৰিমাণৰ ধনৰ অন্যতম সুবিধাভোগী আছিল।

তদন্তকাৰীয়ে লগতে দাবী কৰে যে অভিনেত্ৰীগৰাকীয়ে সুকেশৰ অপৰাধমূলক অতীতৰ বিষয়ে জানিব পাৰিও তেওঁৰ সৈতে যোগাযোগ অক্ষুণ্ণ ৰাখিছিল। কিন্তু পিছত জেকলিনে অনুমোদনকাৰী হ’বলৈ কৰা আবেদন প্ৰত্যাহাৰ কৰে। এইবাৰ আদালতৰ নিৰ্দেশত অভিযোগ গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে গোচৰটো নতুন পৰ্যায়লৈ লৈ গৈছে। অভিযোগনামা সম্পূৰ্ণ হোৱাৰ পিছত জেকলিন, সুকেশ আৰু আন অভিযুক্তসকলৰ বিৰুদ্ধে আনুষ্ঠানিক বিচাৰ আৰম্ভ হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am
পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

August 4, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd