• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিদেশ মন্ত্ৰী জয়শংকৰৰ ‘বিৰাট’ প্ৰশংসা! ‘প্ৰতিকূল পৰিস্থিতিৰ পৰা উভতি অহাৰ ক্ষমতা আছে কোহলীৰ’, (চাওক ভিডিঅ’)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 18, 2023 11:19 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে ভাৰতৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গৈছে। শেহতীয়াকৈ ৰটাৰী ৰাইজ ইন্টাৰেকশ্যনত প্ৰতিনিধিৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে বিৰাট কোহলী সম্পৰ্কত কেইবাটাও কথা কৈছে।

তাত তেওঁ খেলৰ প্ৰতি কোহলীৰ দৃষ্টিভংগীৰ লগতে তেওঁ সন্মুখীন হোৱা ৰাজনৈতিক-কূটনৈতিক প্ৰত্যাহ্বানসমূহৰ ওপৰতো আলোকপাত কৰে। ভাৰতীয় বেটিং আইকনক তেওঁ ‘ডিষ্টিলড কম্পিটিটিভনেছ’ৰ প্ৰতীক হিচাপে প্ৰশংসা কৰে। তেওঁৰ মতে এই আৱেগে বহুতকে অনুপ্ৰাণিত কৰে। যিটো তেওঁ প্ৰতিযোগিতামূলক পৰিৱেশত মোকাবিলা কৰাৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে লয়।

লগতে পঢ়কঃ পাকিস্তানত ডাউদ ইব্ৰাহিমক বিষ পান কৰোৱা হৈছে? মৃত্যুৰে যুঁজিছে ভাৰতৰ শত্ৰু!

Apply Now

বিৰাট কোহলীৰ কেৰিয়াৰৰ এটা সংজ্ঞায়িত বৈশিষ্ট্য হৈছে তেওঁৰ শেষ সীমা বা খাদৰ পৰাত পৰা উভতি অহাৰ ক্ষমতা। বিশ্ব ক্ৰিকেটৰ প্ৰত্যাহ্বানমূলক মুহূৰ্তত তেওঁৰ স্থিতিস্থাপকতা আৰু দৃঢ়তাক বিশ্বই প্ৰত্যক্ষ কৰিছে। বহুখিনি বিশ্ব কূটনীতিৰ অভাৱনীয় পৰিৱেশত প্ৰয়োজনীয় স্থিতিস্থাপকতাৰ দৰেই। যিকোনো প্ৰতিকূলতাৰ সন্মুখত ওখকৈ থিয় দিয়াৰ ক্ষমতা আছে বিৰাট কোহলীৰ। এই গুণে তেওঁক আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ জটিল পৰিস্থিতিত ৰাষ্ট্ৰনেতাসকলকো অনুপ্ৰাণিত কৰিব পাৰে।

এছ জয়শংকৰে লগতে কয়, ‘মইও বিৰাট কোহলীৰ অনুৰাগী। মই তেওঁক আটাইতকৈ বেছি প্ৰশংসা কৰো কাৰণ… মোৰ কামৰ লাইনত সেয়া ৰাজনীতি হওক বা কূটনীতি… ই এক অতি প্ৰতিযোগিতামূলক কামৰ লাইন। মোৰ বাবে সেয়া হ’ল প্ৰতিযোগিতা। যেতিয়া মই তেওঁক তাত দেখো’।

"I'm also a fan of Virat Kohli..I admire him..to me, he is distilled competitiveness", EAM Jaishankar @DrSJaishankar pic.twitter.com/mCQUfiQeQn

— Sidhant Sibal (@sidhant) December 17, 2023

আনহাতে, চীনকে ধৰি ভাৰতৰ চুবুৰীয়া দেশৰ কথা কওঁতে বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, ‘মই জানো কিছুমান চুবুৰীয়া দেশৰ সম্পৰ্ক সৈতে স্বাভাৱিক নহয়, সমস্যা আছে। কিন্তু মই আপোনালোকক পৰামৰ্শ দিম যে পাকিস্তানৰ সৈতে সম্পৰ্ক মাথোঁ ব্যতিক্ৰম। মই ক’ম আজি আমাৰ সকলো ওচৰ-চুবুৰীয়াৰ অভিজ্ঞতা বহুত ভাল। ভাৰতৰ বিষয়ে বহু ভাল কথা ক’ব পাৰি। চুবুৰীয়াৰ লগত মত বিৰোধ হোৱাটোও স্বাভাৱিক। মই ভাবো আমি আশা কৰা উচিত নহয় যে আমাৰ সকলো ওচৰ-চুবুৰীয়াই প্ৰতিদিনে আমাৰ লগত সকলো কথাতে একমত হ’ব।’

লগতে পঢ়কঃউদ্যোগপতি সজ্জন জিন্দালৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ অভিনেত্ৰীৰ! মুম্বাইৰ থানাত দাখিল এজাহাৰ

অৱশ্যে ভাৰতে চীনৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰিছে বুলিও বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয়, ‘যোৱা তিনি বছৰত পৰিস্থিতি অধিক কঠিন হৈছে। কিন্তু আমাৰ কাৰণে নহয়। কাৰণ তেওঁলোকে সীমান্ত চুক্তি মানি নচলাৰ সিদ্ধান্ত লৈছিল। কিন্তু আকৌ কূটনীতি যিমানেই কঠিন নহওক কিয়, ওচৰ-চুবুৰীয়া যিমানেই কঠিন নহওক কিয়, আপুনি কেতিয়াও হাৰ নামানে।’ ভাৰতৰো এই মনোভাৱ আছে বুলি কয় এছ জয়শংকৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am
৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd