• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ব্ৰেক-আপৰ এসপ্তাহৰ পিছতে জাৰ্মান ফুটবলাৰ জাৰ্মে ব’টাঙৰ প্ৰাক্তন প্ৰেয়সীৰ মৃতদেহ উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2021 10:56 am

2 min read

6023d2dda0e3f
270
VIEWS
Share on FacebookShare on Twitter

জৰ্মান বিশ্বকাপ বিজয়ী দলৰ ফুটবাৰ জাৰ্মে ব’টাঙৰ প্ৰাক্তন প্ৰয়েসী মডেল কাছিয়া লেনহাৰ্ডটৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ২৫ বছৰীয়া জাৰ্মান মডেলগৰাকীৰ মৃতদেহ বাৰ্লিনৰ নিজা এপাৰ্টমেন্টৰ পৰা উদ্ধাৰ কৰা হৈছে।

মডেলগৰাকীয়ে আত্মহত্যা কৰিছে নে নাই এই পৰ্যন্ত নিশ্চিত নকৰিলেও এই মৃত্যু সন্দেহজনক নহয় বুলি সদৰী কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে এসপ্তাহৰ পূৰ্বে জাৰ্মে ব’টাঙ আৰু কাছিয়াৰ প্ৰেমৰ সম্পৰ্ক যতি পৰিছিল।

যোৱা ২ ফেব্ৰুৱাৰিত ব’টাঙে আনুষ্ঠানিকভাৱে কাছিয়াৰ সৈতে থকা ১৫ মহীয়া প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ হোৱা বুলি ঘোষণা কৰিছিল।

২০১২ চনৰ জাৰ্মানৰ জনপ্ৰিয় শ্ব’ টিভি ‘জাৰ্মানীছ নেক্সট টপ মডেল’ৰ পৰা এগৰাকী পৰিচিত মডেল ৰূপে প্ৰতিষ্ঠা লাভ কৰা কাছিয়াই ফুটবলাৰ ব’টাঙৰ সৈতে যোৱা ১৫ মাহ ধৰি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল।

ইফালে জাৰ্মান তথা বেয়াৰ্ণ মিউনিখৰ ফুটবলাৰ ব’টাঙে ঘোষণা কৰিছিল যে যোৱা ৫ জানুৱাৰিত ব’টাঙ মিনিত সংঘটিত গাড়ী দুৰ্ঘটনাত কাছিয়া জড়িত থকাৰ পিছতে তেওঁ কাছিয়াৰ সৈতে সম্পৰ্ক চ্ছেদ কৰিছে। উক্ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত কাছিয়াৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল আৰু তেওঁৰ শৰীৰত মাদক দ্ৰব্যৰ উপস্থিতিৰ ধৰা পৰিছিল।

কাছিয়াৰ মৃত্যুৰ পিছত ব’টাঙৰ কোনো প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই। বিশ্ব ক্লাৱ ফুটবল ফাইলেন খেলত অংশগ্ৰহণ কৰাৰ বাবে বেয়াৰ্ণ মিউনিখ দলৰ সৈতে ব’টাঙ কাটাৰত আছে বুলি বাতৰিত প্ৰকাশ পাইছে।

আনহাতে ঘটনাৰ সন্দৰ্ভত বেয়াৰ্ণ মিউনিখেও এই পৰ্যন্ত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd