DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘এয়া অসমৰ সংস্কৃতিৰ সম্পূৰ্ণ পৰিপন্থী’: মুকলি আকাশৰ তললৈ আহি ক’লে জিগনেশ মেৱানীয়ে

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
April 30, 2022 2:57 pm
‘এয়া অসমৰ সংস্কৃতিৰ সম্পূৰ্ণ পৰিপন্থী’: মুকলি আকাশৰ তললৈ আহি ক’লে জিগনেশ মেৱানীয়ে
189
VIEWS
Share on FacebookShare on Twitter

অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী। বৰপেটাৰ গোচৰত জামিন লাভ কৰাৰ পিছতেই আজি কোকৰাঝাৰত উপস্থিত হয় জিগনেশ মেৱানী।

কোকৰাঝাৰ জিলা কাৰাগাৰ, জিলা সত্ৰ ন্যায়াধীশ আৰু সদৰ থানাত হাজিৰ হৈ বাকী থকা কিছু আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছতে জিগনেশ মেৱানী জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হয়।

কোকৰাঝাৰত স্থানীয় কংগ্ৰেছৰ নেতা-কৰ্মীসকলে জিগনেশ মেৱানীক বিপুলভাৱে আদৰণি জনায়।

লগতে পঢ়ক: মিছা গোচৰত গ্ৰেপ্তাৰ জিগনেশ মেৱানীক; অসম আৰক্ষীক কি শিকনি দিলে আদালতে

সংবাদ মাধ্যমৰ আগত জিগনেশ মেৱানীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হোৱা ই এক চক্ৰান্ত। অসম আৰক্ষীয়ে তেওঁলোকৰ ৰাজনৈতিক গুৰুসকলৰ নিৰ্দেশ মানি তেওঁক আটক কৰি আনিছিল বুলি মন্তব্য কৰে।

এটা গোচৰত জামিন পোৱাৰ পিছতে আন এটা গোচৰত অভিযুক্ত কৰাৰ নীচ ষড়যন্ত্ৰক গৰিহণা দি শংকৰদেৱৰ দেশত তেওঁক নাৰী নিৰ্যাতনৰ দৰে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা কাৰ্য অসমৰ সংস্কৃতিৰ সম্পূৰ্ণ পৰিপন্থী বুলি মন্তব্য কৰে।

লগতে পঢ়ক: কৃতজ্ঞতাৰ চিনস্বৰূপে উদ্যোগপতি ৰতন টাটাৰ নামত ৭০০ জোপা নিমগছ ৰোপণ কৰিব আহোম সেনাই

অসম চৰকাৰে অলাগতিয়াল কাৰ্যত ব্যস্ত থকাৰ সলনি বিজুলী, নিবনুৱা সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিয়া ভাল বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, জিগনেশে অসমৰ সৰ্বস্তৰৰ জনতা, অধিবক্তা, সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰে। 

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd