• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অমিত শ্বাহে ক’লে : সঠিক সময়ত জম্মু আৰু কাশ্মীৰক ৰাজ্যিক মৰ্যাদা প্ৰদান কৰা হ’ব; কিন্তু কেতিয়া?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2021 4:16 pm

1 min read

index.jpgx
160
VIEWS
Share on FacebookShare on Twitter

পুনৰ জম্মু আৰু কাশ্মীৰক পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হ’ব। শনিবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ইংগিত প্ৰদান কৰিছে।

চলিত সংসদৰ লোকসভাৰ অধিবেশনত জম্মু আৰু কাশ্মীৰ পুনৰ গঠন(সংশোধন) বিল ২০২১ সম্পৰ্কীয় আলোচনা কালত এই ইংগিত দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰগৰাকীয়ে।

ইফালে সংসদত বিলখন আলোচনাৰ সময়তে বহু সাংসদে আপত্তি কৰিছে যে এই বিলখনৰ সংশোধনী অনাৰ অৰ্থ হৈছে জম্মু আৰু কাশ্মীৰে আৰু কেতিয়াও পুৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ নকৰিব।

এই আপত্তিৰ বিপৰীতে লোকসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, “বহু  সাংসদে কোৱাৰ দৰে এই সংশোধনী বিলখনত ক’তোৱে জম্মু আৰু কাশ্মীৰে পুনৰ ৰাজ্যৰ মৰ্যাদা নেপাব বুলি লিখা হোৱা নাই। মই ইয়াৰ উদ্দেশ্যবোৰ স্পষ্ট কৰি দিছো।”

“মই সদনত পুনৰ কৈছো, এই বিধেয়কখনৰ জম্মু আৰু কাশ্মীৰৰ ৰাজ্য মৰ্যাদা দিয়াৰ সৈতে কোনো সম্পৰ্ক নাই। সঠিক সময়ত জম্মু আৰু কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা দিয়া হ’ব।” গৃহমন্ত্ৰীগৰাকীয়ে পুনৰ কয়।

উল্লেখ্য যে ২০১৯ বৰ্ষৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰি জম্মু আৰু কাশ্মীৰৰ ৰাজ্যখন ভংগ কৰি দিছিল।

ৰাজ্যিক মৰ্যাদা ভংগ কৰি জম্মু আৰু কাশ্মীৰ আৰু লাডাখ নামেৰে দুখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

Recent News

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

rishabh pant century 3

বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd