• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিত্তীয় মহাসংকটত আমেৰিকা : দুমাহৰ ভিতৰত বন্ধ হ’ল ৩ টাকৈ বেংক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2023 5:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমান্বয়ে অধিক তীব্ৰতৰ হৈ পৰিছে আমেৰিকাৰ অৰ্থনৈতিক সংকট। জে পি মৰ্গান চেজ এণ্ড কোম্পানীয়ে ক্ৰয় কৰিছে অৰ্থনৈতিক সংকটত ভোগা আমেৰিকাৰ ‘ফাৰ্ষ্ট ৰিপাব্লিক বেংক’।

আমেৰিকাৰ বিত্তীয় নিয়ন্ত্ৰক সংস্থাসমূহে জনোৱা মতে, বিত্তীয় সংকটৰ বাবে বেংকটো জব্দ কৰা হৈছে। অৰ্থনৈতিকভাবে বিধ্বস্ত এই বেংকটোক ক্ৰয় কৰি উদ্ধাৰ কৰিব খুজিছে জে পি মৰ্গান এণ্ড কোম্পানীয়ে।

Apply Now

লগতে পঢ়কঃ জিঅ’ৰ নতুন অফাৰ : মাত্ৰ ৮১ টকাত সীমাহীন কলৰ সুবিধা, লগতে পাব হাইস্পীড ডাটা

উল্লেখ্য যে যোৱা দুমাহৰ ভিতৰত বিফল হৈ বন্ধ হৈ যোৱা এইটো আমেৰিকাৰ তৃতীয়টো বেংক।

জানিব পৰা মতে, জে পি মৰ্গানে ফাৰ্ষ্ট ৰিপাব্লিকৰ পৰা ফাৰ্ষ্ট ৰিপাব্লিকৰ ১৭৩ বিলিয়ন ডলাৰ ঋণ, ৩০ বিলিয়ন ডলাৰ ছিকিউৰিটি আৰু ৯২ বিলিয়ন ডলাৰ জমা ধন লাভ কৰিব।

ফাৰ্ষ্ট ৰিপাব্লিকৰ কৰ্পৰেট ঋণ আৰু কিছুমান ষ্টক অধিগ্ৰহণ নকৰে জে পি মাৰ্গানে।

উল্লেখ্য যে শেহতীয়াকৈ ফাৰ্ষ্ট ৰিপাব্লিক বেংকৰ শ্বেয়াৰ প্ৰায় ৩৬ শতাংশ হ্ৰাস পাইছে। সামগ্ৰিকভাৱে এই বছৰটোত ফাৰ্ষ্ট ৰিপাব্লিকৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৯৭ শতাংশ হ্ৰাস পাইছে।

আনহাতে, জে পি মৰ্গানৰ শ্বেয়াৰৰ মূল্য ২.৬ শতাংশ বৃদ্ধি পাইছে।

লগতে পঢ়কঃ উজনিত সক্ৰিয় আলফা(স্বা) : চাহ, কয়লা, কাঠ বয়সায়ীৰ পৰা দাবী বৃহৎ পৰিমাণৰ ধন

খবৰ অনুসৰি, ফাষ্ট ৰিপাব্লিক বেংকৰ নিলাম প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা প্ৰধান বেংকসমূহ আছিল চিটিজেন ফাইনেন্সিয়েল গ্ৰুপ ইনকৰ্পৰেশ্যন, পিএনজি ফাইনেন্সিয়েল চাৰ্ভিচেছ গ্ৰুপ আৰু জে.পি.মৰ্গান চেজ এণ্ড কোম্পানী।

সোমবাৰে পুৱা কেলিফৰ্ণিয়াৰ বিত্তীয় সুৰক্ষা আৰু উদ্ভাৱন বিভাগে কয় যে ফাৰ্ষ্ট ৰিপাব্লিক বেংকৰ নিয়ন্ত্ৰণ এতিয়া জে.পি.মৰ্গান চেজ এণ্ড কোম্পানীৰ হাতত। ইয়াৰ উপৰিও এফডিআইচিয়ে বেংকটোৰ ৰিচিভাৰ বা ছুপাৰভাইজাৰ হিচাপে কাম কৰিব।

লগতে পঢ়কঃ কৃত্ৰিম বুদ্ধিমত্তা ভয়ংকৰ! নিজৰ কামৰ বাবে অনুশোচনা কৰি গুগল এৰিলে AI ‘গডফাদাৰ’ হিণ্টনে

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd