• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘গণতন্ত্ৰৰ বাবে যুঁজিছে বাইদেউৱে’, এইবাৰ কমলা হেৰিছৰ বাবে প্ৰচাৰত নামিল ভগ্নী মায়াও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2024 1:04 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু সমীক্ষা অনুসৰি ৰাষ্ট্ৰপতি পদৰ দৌৰত তেওঁ ড’নাল্ড ট্ৰাম্পক পিছ পেলাই গৈছে। ভাৰতীয় মূলৰ কমলা হেৰিছে অৱশেষত ৰিপাব্লিকান প্ৰাৰ্থীক অতিক্ৰমি আমেৰিকাৰ শাসন দখল কৰিবনে নাই সেয়া সময়ে ক’ব। এনে পৰিস্থিতিত মায়া হেৰিছে নিজৰ জ্যেষ্ঠ ভগ্নীৰ প্ৰশংসাত মুখৰ হৈছে। তেওঁ কয় যে তেওঁৰ বাইদেউ কমলাই সামগ্ৰিক গণতন্ত্ৰৰ বাবে যুঁজি দিছে।

আমেৰিকাত ভাৰতীয় মূলৰ লোকসকলে অতি ধুমধামেৰে দেৱালী উদযাপন কৰে। সেই উপলক্ষে এৰিজোনাৰ স্কটছডেলত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। তাত উপস্থিত আছিল মায়া। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাত্ৰ দহ দিন বাকী। সেই বিষয়টো মায়াৰ মুখত ওলাই আহে। তেওঁ কয় যে ‘’কমলা গণতন্ত্ৰৰ বাবে যুঁজ দিয়া ব্যক্তি। ক’ৰ পৰা আহিছে সেইটো ডাঙৰ কথা নহয়। যি সুযোগ আপোনাৰ প্ৰাপ্য সেয়া আপুনি পাবই।”

লগতে পঢ়কঃ পিএইচডি কৰিবলৈ অক্সফৰ্ড বিশ্ববিদ্যালয়ক ১ কোটি টকা; শ্বেক্সপীয়েৰক লৈ নহ’ল গৱেষণা, নাকচ ডিগ্ৰী

Apply Now

নিৰ্বাচনৰ প্ৰাকক্ষণত ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ট্ৰাম্পে প্ৰচাৰৰ সময়ত অনুপ্ৰৱেশকাৰীক আৱৰ্জনা বুলি কোৱাৰ অভিযোগ উত্থাপন হৈছে। তেওঁ কয় যে “আমি সঁচাকৈয়ে বিশ্বৰ বাকী অংশৰ বাবে জাবৰৰ পাত্ৰৰ দৰে।” ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছক লৈ ট্ৰাম্পে লগতে কয় যে, “আমেৰিকা সঁচাকৈয়ে বহু লোকৰ বাবে কেৱল ডাম্পিং গ্ৰাউণ্ডহে।”

বহুতে কয় যে ট্ৰাম্পে ঘুৰাই পকাই অনুপ্ৰৱেশকাৰীসকলকে আৱৰ্জনা বুলি কৈছে। পৰ্যবেক্ষক মহলে ভাবে যে মায়াৰ বক্তৱ্যত যেন ট্ৰাম্পকে ‘উত্তৰ’ দিয়া হৈছে।

উল্লেখ্য যে মায়া-কমলাৰ মাতৃ শ্যামলা গোপালন ভাৰতৰ তামিলনাডুৰ পৰা আমেৰিকাৰ বাৰ্কলে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ গৈছিল। পিছলৈ বিয়াৰ পিছত তেওঁলোকে তাত থাকিবলৈ আৰম্ভ কৰে। সিদিনা তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মায়াই।

লগতে পঢ়কঃ আজি জাপানত অনুষ্ঠিত হৈছে নিৰ্বাচন; সংখ্যাগৰিষ্ঠতা নাপাবও পাৰে শাসকীয় দলে!

মন কৰিবলগীয়া যে কেলিফৰ্ণিয়াৰ চিনেটৰ কমলাই ২০২০ চনত আমেৰিকাত এক নতুন ইতিহাসৰ সৃষ্টি কৰিছিল। এগৰাকী কৃষ্ণাংগ মহিলা আমেৰিকাৰ ৰাজনীতিত প্ৰথম উপ-ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়। এইবাৰ তেওঁৱেই হ’বনে আমেৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা ৰাষ্ট্ৰপতি? সদ্যহতে ডেম’ক্ৰেটসকলে তাৰেই উত্তৰ বিচাৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd